ETV Bharat / sports

সৰুসজাইত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি বনাম এফ চি গোৱা - নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু এফ চি গোৱা 2019

আজি গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত মুখামুখি হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু এফ চি গোৱা ৷ সন্ধিয়া 7.30 বজাত অনুষ্ঠিত হ'ব উত্তেজনাপূৰ্ণ মেচখন ৷

সৰুসজাইত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি বনাম এফ চি গোৱা
author img

By

Published : Nov 1, 2019, 6:25 PM IST

স্পৰ্ছট ডেস্ক, 1 অক্টোবৰ: আই এছ এলৰ ষষ্ঠ সংস্কৰণত আজি মুখামুখি হ'ব ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু এফ চি গোৱা ৷ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম তথা সৰুসজাইত সন্ধিয়া 7.30 বজাত অনুষ্ঠিত হ'ব মেচখন ৷ এইপৰ্যন্ত এফ চি গোৱা দলটো পইণ্টছ টেবুলত তৃতীয় স্থানত থকাৰ বিপৰীতে চতুৰ্থ স্থানত আছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি ৷

গতিকে দুয়োটা দলৰ মাজত অনুষ্ঠিত হ'বলগীয়া মেচখন অধিক ৰোমাঞ্চকৰ হ'ব বুলি অনুমান কৰা হৈছে । এই মেচখনৰ পূৰ্বে নৰ্থ ইষ্ট দলটোৱে ওড়িশা এফ চি ক পৰাস্ত কৰাৰ বিপৰীতে বাংগালুৰুৰ এফ চি ৰ বিৰুদ্ধে ড্ৰ' খেলিবলৈ সক্ষম হৈছিল গোৱা দলটোৱে ৷

লগতে চাওক-যুৱ আৰু অনুভৱী খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দল: মনপ্ৰীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.