ETV Bharat / sports

আৰ্জেন্টিনাৰ হকে এটা ট্ৰফী বুটলিব বিচাৰো: মেছি - আৰ্জেন্টিনা

আৰ্জেন্টিনা জাতীয় ফুটবল দলৰ খেলুৱৈ লিয়নেল মেছিৰ শেহতীয়া সাক্ষাৎকাৰত সমালোচকক যোগ্য প্ৰত্যুত্তৰ দিয়ে খেলুৱৈজনে ৷ 31 বৰ্ষীয় তাৰকা খেলুৱৈজনে যোৱা সপ্তাহত আঘাতৰ সন্মুখীন হোৱাত আন্তৰাষ্ট্ৰীয় ফুটবলৰ পৰা আঁতৰত থাকিবলগীয়া হোৱাৰ লগতে ঘৰুৱা সমৰ্থকৰ পৰা সমালোচনাৰ সন্মুখীন হৈ আহিছিল । প্ৰত্যেকখন মেচতে পৰিধান কৰা চাৰ্ট দুটাৰ কথাও সাক্ষাৎকাৰত কোৱাৰ লগতে 10 নম্বৰ চাৰ্টটো তেওঁৰ বাবে বোজা নহয় বুলি জনায় ।

MESSI
author img

By

Published : Mar 30, 2019, 9:25 PM IST

নিউজ ডেস্ক, 30মাৰ্চ: আৰ্জেন্টিনা জাতীয় ফুটবল দলৰ খেলুৱৈ লিয়নেল মেছীয়ে ৰেডিঅ' 97.4 ক্লাৱৰ সৈতে হোৱা শেহতীয়া সাক্ষাৎকাৰত তেওঁৰ অৱসৰক লৈ উঠা প্ৰশ্নক নস্যাৎ কৰাৰ লগতে তেওঁৰ সমালোচক সকলকো তীব্ৰ প্ৰত্যুত্তৰ দিবলৈ সক্ষম হয় । 31বৰ্ষীয় তাৰকা খেলুৱৈজনে যোৱা সপ্তাহত আঘাতৰ সন্মুখীন হোৱাত আন্তৰাষ্ট্ৰীয় ফুটবলৰ পৰা আঁতৰত থাকিবলগীয়া হোৱাৰ লগতে ঘৰুৱা সমৰ্থকৰ পৰা সমালোচনাৰ সন্মুখীন হৈ আহিছিল । এই আঘাতৰ বাবে বহুতে তেওঁ আকৌ ফুটবল জগতলৈ ঘূৰি নাহিব বুলি মন্তব্য কৰি অহাৰ সময়তে মহান ফুটবলাৰজনে তেওঁৰ কেৰিয়াৰ শেষ হ'বলৈ আৰু বহু সময় আছে বুলি উল্লেখ কৰে ।

পৰ্টুগীজ ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডুৰ সৈতে একেলগে খেলা সময়বোৰৰ কথা মনত পেলাই মেছিয়ে কয় যে, ৰোনাল্ডুয়ে ট্ৰফী হাতত তুলি লোৱা মূহূৰ্তটো অসহনীয় যদিও তেওঁৰ লগত পাৰ কৰা সময়বোৰ বহুত মনত পৰে । ফুটবল ক্লাৱ জুভেন্টাছৰ প্ৰতি থকা তেওঁৰ আন্তৰিকতাৰ কথা ব্যাখ্যা কৰি মেছিয়ে কয় যে, ক্ৰিষ্টিয়ানো ৰোনাল্ডুৰ উপস্থিতিত ইটালীয়ান ফুটবল ক্লাৱটো শক্তিশালী হৈ পৰিছে । নিজৰ ক্লাৱ বাৰ্চিলোনা এফ চিৰ সৈতে ক্ৰিষ্টিয়ানো ৰোনাল্ডুৰ জুভেন্টাছক টুৰ্ণামেন্টৰ ফাইনেলত মুখামুখি কৰোৱাৰ সপোনো দেখে বুলি তেওঁ জনায় মেছিয়ে । এই কঠিন সময়ত যিসকল সমৰ্থক তেওঁৰ সৈতে ঠিয় হৈ আছে সেইসকলক ধন্যবাদ জ্ঞাপন কৰে । প্ৰত্যকখন মেচতে পৰিধান কৰা চাৰ্ট দুটাৰ কথাও সাক্ষাৎকাৰত কোৱাৰ লগতে 10নম্বৰ চাৰ্টটো তেওঁৰ বাবে বোজা নহয় বুলি জনায় । উৰুগুৱেৰ ফুটবল তাৰকা লুইছ ছুৱাৰেজৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথাও সোঁৱৰে তেওঁ ৷

I WANT TO DO SOMETHING WITH THE NATIONAL TEAM: MESSI

আৰ্জেন্টিনাৰ হকে এটা ট্ৰফী বুটলিব বিচাৰো: মেছী

নিউজ ডেস্ক, ৩০ মাৰ্চ: আৰ্জেন্টিনা জাতীয় ফুটবল দলৰ খেলুৱৈ লিয়নেল মেছীয়ে ৰেডিঅ' ৯৭.৪ ক্লাৱৰ সৈতে হোৱা শেহতীয়া সাক্ষাৎকাৰত তেওঁৰ অৱসৰক লৈ উঠা প্ৰশ্নক নস্যাৎ কৰাৰ লগতে তেওঁৰ সমালোচক সকলকো তীব্ৰ প্ৰত্যুত্তৰ দিবলৈ সক্ষম হয় । ৩১ বৰ্ষীয় তাৰকা খেলুৱৈজনে যোৱা সপ্তাহত আঘাটৰ সন্মুখীন হোৱাত আন্তৰাষ্ট্ৰীয় ফুটবলৰ পৰা আঁতৰত থাকিবলগীয়া হোৱাৰ লগতে ঘৰুৱা সমৰ্থকৰ পৰা সমালোচনাৰ সন্মুখীন হৈ আহিছিল । এই আঘাটৰ বাবে বহুতে তেওঁ আকৌ ফুটবল জগতলৈ ঘূৰি নাহিব বুলি মন্তব্য কৰি অহাৰ সময়তে মহান ফুটবলাৰজনে তেওঁৰ কেৰিয়াৰ শেষ হ'বলৈ আৰু বহু সময় আছে বুলি উল্লেখ কৰে । 

পৰ্টুগীজ ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডুৰ সৈতে একেলগে খেলা সময়বোৰৰ কথা মনত পেলাই মেছীয়ে কয় যে, ৰোনাল্ডুয়ে ট্ৰফী হাতত তুলি লোৱা মূহূৰ্তটো অসহনীয় যদিও তেওঁৰ লগত পাৰ কৰা সময়বোৰ বহুত মনত পৰে । ফুটবল ক্লাৱ জুভেন্টাছৰ প্ৰতি থকা তেওঁৰ আন্তৰিকতাৰ কথা ব্যাখ্যা কৰি মেছীয়ে কয় যে, ক্ৰিষ্টিয়ানো ৰোনাল্ডুৰ উপস্থিতিত ইটালীয়ান ফুটবল ক্লাৱটো শক্তিশালী হৈ পৰিছে । নিজৰ ক্লাৱ বাৰ্চিলোনা এফ চিৰ সৈতে ক্ৰিষ্টিয়ানো ৰোনাল্ডুৰ জুভেন্টাছক টুৰ্ণামেন্টৰ ফাইনেলত মুখামুখি কৰোৱাৰ সপোনো দেখে বুলি তেওঁ জনায় মেছীয়ে । এই কঠিন সময়ত যিসকল সমৰ্থক তেওঁৰ সৈতে ঠিয় হৈ আছে সেইসকলক ধন্যবাদ জ্ঞাপন কৰে । প্ৰত্যকখন মেচতে পৰিধান কৰা চাৰ্ট দুটাৰ কথাও সাক্ষাৎকাৰত কোৱাৰ লগতে ১০ নম্বৰ চাৰ্টটো তেওঁৰ বাবে বোজা নহয় বুলি জনায় । উৰুগুৱেৰ ফুটবল তাৰকা লুইছ ছুৱাৰেজৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথাও সোঁৱৰে তেওঁ ৷ 
PHOTO.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.