ETV Bharat / sports

ফিফাৰ উপ-সভাপতিৰ পৰা অব্যাহতি গ্ৰেগ ক্লাৰ্কৰ - গ্ৰেগ ক্লাৰ্ক

বৈষম্যমূলক মন্তব্যৰ বাবে ইংলিছ ফুটবল এচছিয়েশ্বনৰ অধ্যক্ষৰ পদ এৰাৰ পাছতে বৃহস্পতিবাৰে ফিফাৰ উপ-সভাপতি পদৰ পৰা অব্যাহতি লয় গ্ৰেগ ক্লাৰ্কে ৷

Clarke quits as FIFA VP over discriminatory comments
ফিফাৰ উপ-সভাপতিৰ পৰা অব্যাহতি গ্ৰেগ ক্লাৰ্কৰ
author img

By

Published : Nov 12, 2020, 6:48 PM IST

স্পৰ্টচ ডেস্ক, 12 নৱেম্বৰ : বৈষম্যমূলক মন্তব্যৰ বাবে ইংলিছ ফুটবল এচছিয়েশ্বনৰ অধ্যক্ষৰ পদ এৰাৰ পাছতে বৃহস্পতিবাৰে ফিফা উপ-সভাপতি পদৰ পৰা অব্যাহতি লয় গ্ৰেগ ক্লাৰ্কে ৷ ক্লাৰ্কে ব্ৰিটিচ সংসদীয় শুনানিৰ মাজতে জাতি, যৌনতা আৰু লিংগ সন্দৰ্ভত বৈষম্যমূলক মন্তব্য কৰাৰ কেইঘণ্টামানৰ ভিতৰতে মঙলবাৰে ইংলিছ ফুটবল এচছিয়েশ্বনৰ পৰা বাহিৰ হোৱাৰ পাছত আৰু কেইমাহমান বিশ্বব্যাপি ভূমিকাত ৰাখিব বুলি আশা ব্যাক্ত কৰিছে ৷

Clarke quits as FIFA VP over discriminatory comments
ফিফাৰ উপ-সভাপতিৰ পৰা অব্যাহতি গ্ৰেগ ক্লাৰ্কৰ

উল্লেখ্য যে, ক্লাৰ্ক ইউৰোপীয় ফুটবল দেশসমূহৰ কংগ্ৰেছৰ দ্বাৰা নিৰ্বাচিত হৈ ফিফাৰ ব্ৰিটিছ উপ-সভাপতি পদত অধিষ্ঠিত হৈছিল ৷

লগতে পঢ়ক: ভাৰত বনাম অষ্ট্ৰেলিয়াঃ বিৰাট কোহলীৰ অনুপস্থিতিয়ে কোনটো চেনেলক ক্ষতি কৰিব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.