ETV Bharat / sports

KXIP বনাম MI : টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত কে. এল. ৰাহুলৰ - কে. এল. ৰাহুল

শ্বেইখ জায়েদ ষ্টেডিয়ামত আইপিএলৰ এখন মেচত অৱতীৰ্ণ কিংছ ইলেভেন পাঞ্জাৱ আৰু মুম্বাই ইণ্ডিয়ানছ ৷ টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিংছ ইলেভেন পাঞ্জাৱৰ অধিনায়ক কে. এল. ৰাহুলে ৷

KXIP বনাম MI
টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত কে. এল. ৰাহুলৰ
author img

By

Published : Oct 1, 2020, 8:13 PM IST

স্পৰ্টছ ডেস্ক, 1 অক্টোবৰ : শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত আইপিএলৰ মেচত টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিংছ ইলেভেন পাঞ্জাৱৰ অধিনায়ক কে. এল. ৰাহুলে ৷ এই মেচত পাঞ্জাৱ দলে এটা সালসলনি ঘটাইছে যদিও মুম্বাই ইণ্ডিয়ানছ দলে কোনো সালসলনি ঘটোৱা নাই ৷ অশ্বিনক বিৰতি দি তেওঁৰ স্থানত কৃষ্ণাপ্পা গৌথামক স্থান প্ৰদান কৰা হৈছে ৷

বৰ্তমান পৰ্যন্ত মুম্বাই দলে বেটিং কৰি দুটা উইকেট হেৰুৱাই 41 ৰাণ সংগ্ৰহ কৰিছে ৷ ডি ককে শূন্য ৰাণ আৰু সূৰ্যকুমাৰ যাদৱে 10 ৰাণ সংগ্ৰহ কৰি উইকেট হেৰুৱাইছে ৷

দল :

মুম্বাই ইণ্ডিয়ানছ : ৰোহিত শৰ্মা (অধিনায়ক), কুইন্টন ডি কক, সূৰ্যকুমাৰ যাদৱ, ইশান কিশান, হাৰ্ডিক পাণ্ডিয়া, কেইৰন পোলাৰ্ড, ক্ৰুনাল পাণ্ডিয়া, জেমছ পেটিনছন, ৰাহুল চাহাৰ, ট্ৰেন্ট বল্ট, জছপ্ৰীত বুমৰাহ ৷

কিংছ ইলেভেন পাঞ্জাৱ : লোকেশ ৰাহুল (অধিনায়ক), মায়ংক আগৰৱাল, গ্লেন মেক্সৱেল, নিকোলাছ পুৰান, কৰুন নায়াৰ, জেমছ নিশাম, ছৰফৰাজ খান, কৃষ্ণাপ্পা গৌথাম, মহম্মদ ছামী, শ্বেলডন কট্ৰেল, ৰবি বিশ্বনৈ ৷

লগতে পঢ়ক : শীঘ্ৰেই মুক্তিলাভ কৰিব মি. ধোনী আৰু মিচেছ ধোনীৰ ‘ৰহস্যময় অঘৰী’ ৱেব চিৰিজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.