ETV Bharat / sports

ইডেনত বলিং কৰি ভালপাওঁ: বৰুণ এৰন

author img

By

Published : Apr 26, 2019, 9:39 AM IST

দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰাজস্থান ৰয়েলছৰ বলাৰ বৰুণ এৰনে । বৃহস্পতিবাৰে অনুষ্ঠিত মেচত ২০ ৰাণত ২ উইকেট দখল কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বলাৰগৰাকীয়ে ।

VARUN AARON

নিউজ ডেস্ক, ২৬ এপ্ৰিল: বৃহস্পতিবাৰে কলিকতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অনুষ্ঠিত মেচত ৰাজস্থান ৰয়েলছৰ বলাৰ বৰুণ এৰনে মেন অৱ্ দা মেচৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । ৰাজস্থান ৰয়েলছ দললৈ দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটোৱা খেলুৱৈগৰাকীয়ে ২০ ৰাণত ২ উইকেট দখল কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । দীৰ্ঘদিন আঘাতৰ সমস্যাত ভুগি থকা খেলুৱৈগৰাকীয়ে আইপিএল ১২ সংখ্যক সংস্কৰণৰ দ্বিতীয় মেচত এই সফলতা লাভ কৰে । কলিকতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত ৪৩ সংখ্যক মেচত সুভমান গিলৰ উইকেট দখলেৰে সকলোৰে দৃষ্টি কাঢ়িছিল বলাৰগৰাকীয়ে ।

ETV BHARAT
VARUN AARON

এই সফলতাৰ পাছত খেলুৱৈগৰাকীয়ে মন্তব্য কৰে যে, তেওঁ ইডেন গাৰ্ডেনত খেলি সদায়ে আনন্দ লাভ কৰে আৰু তেওঁ নিজৰ বলিঙৰ ওপৰত বহুতো কাম কৰিছে । উল্লেখ্য যে, এইখন মেচত ৰাজস্থান ৰয়েলছে কলিকতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৩ উইকেটত জয় লাভ কৰে ।

Kolkata, Apr 26 (ANI): Pacer Varun Aaron known for his exceptional pace made his comeback in Rajasthan Royals and clinched Man of the Match with his economical bowling figures of 2/20 against Kolkata Knight Riders at Eden Gardens in Kolkata. "I worked on my in swing and I love bowling at Eden Gardens it is one of my most favourite wickets to bowl", said Aaron who bowled Shubman Gill with a perfect banana in swinger. RR won the game against KKR by 3 wickets and 4 balls to spare.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.