স্পৰ্টছ ডেস্ক,27 ডিচেম্বৰ : ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন টেষ্ট মেচৰ দ্বিতীয় দিনা শনিবাৰে ষ্টেণ্ড ইন কেপ্তেইন আজিংক্যা ৰাহানেই 195 টা বলত শতক অৰ্জন কৰে ৷ ভাৰতীয় দলটোৱে মুঠ 250 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷
ৰাহানেক মেচৰ শেষলৈ সমৰ্থন কৰি এক পাৰ্টনাৰশ্বিপ গঢ়ি তোলে স্পীন বলাৰ তথা অল-ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই ৷ ৰাহানেই 104 ৰাণ আৰু জাডেজাই 40 ৰাণ সংগ্ৰহ কৰে ৷
-
Rain stops play and it's stumps at the MCG on day two ☔
— ICC (@ICC) December 27, 2020 " class="align-text-top noRightClick twitterSection" data="
India lead by 82 runs with the partnership for the sixth wicket past 100 👏 #AUSvIND SCORECARD 👉 https://t.co/bcDsS3qmgl pic.twitter.com/vehxjPSmnm
">Rain stops play and it's stumps at the MCG on day two ☔
— ICC (@ICC) December 27, 2020
India lead by 82 runs with the partnership for the sixth wicket past 100 👏 #AUSvIND SCORECARD 👉 https://t.co/bcDsS3qmgl pic.twitter.com/vehxjPSmnmRain stops play and it's stumps at the MCG on day two ☔
— ICC (@ICC) December 27, 2020
India lead by 82 runs with the partnership for the sixth wicket past 100 👏 #AUSvIND SCORECARD 👉 https://t.co/bcDsS3qmgl pic.twitter.com/vehxjPSmnm
প্ৰথম ইনিংছৰ প্ৰথম দিনটোত 195 ৰাণত অল আউট হয় অষ্ট্ৰেলিয়া দলটো ৷
সংক্ষিপ্ত স্ক’ৰ-
অষ্ট্ৰেলিয়া- প্ৰথম ইনিংছত 72.3 অভাৰত 195 ৰাণ সংগ্ৰহ কৰি অল আউট ৷
ভাৰত- প্ৰথম ইনিংছত 91.3 অভাৰত 5 উইকেট হেৰুৱাই 277 ৰাণ সংগ্ৰহ (আজিংক্যা ৰাহানে 104 ৰাণত বেটিং; মিট্ছেল ষ্টাৰ্ক 2/61, পেট কামিনছ 2/71) ৷
লগতে পঢ়ক : অষ্ট্ৰেলিয়া বনাম ভাৰত : ভোজন বিৰতিৰ পৰলৈ 3 টা উইকেট হেৰুৱাই 90 ৰাণ সংগ্ৰহ ভাৰতৰ