ETV Bharat / sports

বৰষুণৰ বাবে সাময়িকভাৱে স্থগিত মেচ - ছেমি ফাইনেল

বৰষুণৰ বাবে স্থগিত ভাৰত বনাম নিউজিলেণ্ড ছেমি ফাইনেল ৷ বৰ্তমানলৈকে নিউজিলেণ্ডে 5 টা উইকেট হেৰুৱাই 211 ৰাণ সংগ্ৰহ কৰিছে ৷

ৰষুণৰ বাবে সাময়িকভাৱে স্থগিত মেচ
author img

By

Published : Jul 9, 2019, 7:09 PM IST

স্পৰ্টছ ডেস্ক, 9 জুলাই : বৰষুণৰ বাবে সাময়িকভাৱে স্থগিত কৰা হ'ল বিশ্বকাপ ক্ৰিকেট, 2019 ৰ ভাৰত বনাম নিউজিলেণ্ডৰ ছেমি ফাইনেল ৷ নিউজিলেণ্ড দলে প্ৰথমে বেটিং কৰি এই পৰ্যন্ত 46.1 অ'ভাৰত 5 টাকৈ উইকেট হেৰুৱাই 211 ৰাণ সংগ্ৰহ কৰিছে ৷ দলটোৰ হৈ ৰ'ছ টেইলৰে 67 ৰাণ কৰাৰ লগতে টম লাথামে 3 ৰাণত বেটিং কৰি আছে ৷ ইয়াৰোপৰি, অধিনায়ক কেন উইলিয়ামছনে 67 ৰাণৰ ইনিংছ খেলে ৷

ETV BHARAT ASSAM
ভাৰত বনাম নিউজিলেণ্ড

ভাৰতৰ হৈ ভূৱনেশ্বৰ কুমাৰ, জছপ্ৰীত বুমৰাহ, হাৰ্ডিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা আৰু য়ুজবেন্দ্ৰ ছাহালে 1 টাকৈ উইকেট দখল কৰে ৷

Intro:Body:

rain 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.