স্পৰ্টছ ডেস্ক, ১৪ জুন : বিশ্বকাপ ক্ৰিকেট, ২০১৯ ৰ বৰষুণে চাৰি খনকৈ খেলত বিধি - পথালি দিয়াৰ পাছতে ক্ৰিকেট প্ৰেমীসকল অসন্তুষ্ট হৈ পৰিছিল । বৃহস্পতিবাৰে ভাৰত - নিউজিলেণ্ডৰ মেচখনো বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা হোৱাৰ পাছতে ভাৰতীয় অলৰাউণ্ডাৰ কেদাৰ যাদৱৰ এক ভিডিঅ' চছিয়েল মিডিয়াত ভাইৰেল হৈছে । এই ভিডিঅ'টোত যাদৱে আকাশৰ তলত ৰৈ বৰষুণ জাক মহাৰাষ্ট্ৰলৈ গুছি যাবলৈ অনুৰোধ জনোৱা দেখা যায় । উল্লেখ্য যে, বৰষুণৰ অভাৱত মহাৰাষ্ট্ৰ বৰ্তমান খৰাং হৈ পৰাৰ ফলত খাবৰ বাবেও ৭ শতাংশহে পানী আছে । পানীৰ অভাৱৰ বাবে মহাৰাষ্ট্ৰৰ লোকসকলে বহু কষ্টৰ সন্মুখীন হ'ব লগা হৈছে । বৰ্তমানলৈকে ভাৰত আৰু নিউজিলেণ্ড দুয়ো দলে বিশ্বকাপৰ এখনো মেচত পৰাজয়বৰণ কৰা নাই । ভাৰতে পৰৱৰ্তী মেচত ১৬ জুনত পাকিস্তানৰ বিৰুদ্ধে মানচেষ্টাৰত খেলিব ।
বৰুণ দেৱতাক কেদাৰ যাদৱৰ অনুৰোধ : ভিডিঅ' ভাইৰেল - চছিয়েল মিডিয়াত ভাইৰেল
বৃহস্পতিবাৰৰ ভাৰত - নিউজিলেণ্ডৰ মেচখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা হোৱাৰ পাছতে ভাৰতীয় অলৰাউণ্ডাৰ কেদাৰ যাদৱৰ এক ভিডিঅ' চছিয়েল মিডিয়াত ভাইৰেল হৈছে । এই ভিডিঅ'টোত যাদৱে আকাশৰ তলত ৰৈ বৰষুণ জাক মহাৰাষ্ট্ৰলৈ গুছি যাবলৈ অনুৰোধ জনায় ।
স্পৰ্টছ ডেস্ক, ১৪ জুন : বিশ্বকাপ ক্ৰিকেট, ২০১৯ ৰ বৰষুণে চাৰি খনকৈ খেলত বিধি - পথালি দিয়াৰ পাছতে ক্ৰিকেট প্ৰেমীসকল অসন্তুষ্ট হৈ পৰিছিল । বৃহস্পতিবাৰে ভাৰত - নিউজিলেণ্ডৰ মেচখনো বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা হোৱাৰ পাছতে ভাৰতীয় অলৰাউণ্ডাৰ কেদাৰ যাদৱৰ এক ভিডিঅ' চছিয়েল মিডিয়াত ভাইৰেল হৈছে । এই ভিডিঅ'টোত যাদৱে আকাশৰ তলত ৰৈ বৰষুণ জাক মহাৰাষ্ট্ৰলৈ গুছি যাবলৈ অনুৰোধ জনোৱা দেখা যায় । উল্লেখ্য যে, বৰষুণৰ অভাৱত মহাৰাষ্ট্ৰ বৰ্তমান খৰাং হৈ পৰাৰ ফলত খাবৰ বাবেও ৭ শতাংশহে পানী আছে । পানীৰ অভাৱৰ বাবে মহাৰাষ্ট্ৰৰ লোকসকলে বহু কষ্টৰ সন্মুখীন হ'ব লগা হৈছে । বৰ্তমানলৈকে ভাৰত আৰু নিউজিলেণ্ড দুয়ো দলে বিশ্বকাপৰ এখনো মেচত পৰাজয়বৰণ কৰা নাই । ভাৰতে পৰৱৰ্তী মেচত ১৬ জুনত পাকিস্তানৰ বিৰুদ্ধে মানচেষ্টাৰত খেলিব ।
বৰুণ দেৱতাক কেদাৰ যাদৱৰ অনুৰোধ : ভিডিঅ' ভাইৰেল
স্পৰ্টছ ডেস্ক, ১৪ জুন : বিশ্বকাপ ক্ৰিকেট, ২০১৯ ৰ বৰষুণে চাৰি খনকৈ খেলত বিধি - পথালি দিয়াৰ পাছতে ক্ৰিকেট প্ৰেমীসকল অসন্তুষ্ট হৈ পৰিছিল । বৃহস্পতিবাৰে ভাৰত - নিউজিলেণ্ডৰ মেচখনো বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা হোৱাৰ পাছতে ভাৰতীয় অলৰাউণ্ডাৰ কেদাৰ যাদৱৰ এক ভিডিঅ' চছিয়েল মিডিয়াত ভাইৰেল হৈছে । এই ভিডিঅ'টোত যাদৱে আকাশৰ তলত ৰৈ বৰষুণ জাক মহাৰাষ্ট্ৰলৈ গুছি যাবলৈ অনুৰোধ জনোৱা দেখা যায় ।
উল্লেখ্য যে, বৰষুণৰ অভাৱত মহাৰাষ্ট্ৰ বৰ্তমান খৰাং হৈ পৰাৰ ফলত খাবৰ বাবেও ৭ শতাংশহে পানী আছে । পানীৰ অভাৱৰ বাবে মহাৰাষ্ট্ৰৰ লোকসকলে বহু কষ্টৰ সন্মুখীন হ'ব লগা হৈছে ।
বৰ্তমানলৈকে ভাৰত আৰু নিউজিলেণ্ড দুয়ো দলে বিশ্বকাপৰ এখনো মেচত পৰাজয়বৰণ কৰা নাই । ভাৰতে পৰৱৰ্তী মেচত ১৬ জুনত পাকিস্তানৰ বিৰুদ্ধে মানচেষ্টাৰত খেলিব ।