নিউজ ডেস্ক, 30 মে': সলনি হ'ল "গুগল ডুডল" ৷ ডুডলত সন্নিবিষ্ট হ'ল বিশ্বকাপ ক্ৰিকেট ৷ এতিয়া আপুনি ডুডলত ক্লিক কৰিলেই খোল খাব বিশ্বকাপৰ 'হোম পেজ' ৷ টুইটাৰ যোগেও গুগলে প্ৰচাৰ কৰিলে বিশ্বকাপৰ এক আকৰ্ষণীয় ভিডিঅ' ৷
-
Batter be ready, the Cricket World Cup starts today.
— Google India (@GoogleIndia) May 30, 2019 " class="align-text-top noRightClick twitterSection" data="
Catch up on match dates by saying, ‘Ok Google, show me the cricket World Cup schedule’ 🏏#GoogleDoodle
➡️ https://t.co/qQdm6PwIQo pic.twitter.com/zQMS7lKu1z
">Batter be ready, the Cricket World Cup starts today.
— Google India (@GoogleIndia) May 30, 2019
Catch up on match dates by saying, ‘Ok Google, show me the cricket World Cup schedule’ 🏏#GoogleDoodle
➡️ https://t.co/qQdm6PwIQo pic.twitter.com/zQMS7lKu1zBatter be ready, the Cricket World Cup starts today.
— Google India (@GoogleIndia) May 30, 2019
Catch up on match dates by saying, ‘Ok Google, show me the cricket World Cup schedule’ 🏏#GoogleDoodle
➡️ https://t.co/qQdm6PwIQo pic.twitter.com/zQMS7lKu1z
উল্লেখ্য যে, বুধবাৰে বিশ্বকাপৰ শুভাৰম্ভ অনুষ্ঠানৰ আৰম্ভণি কৰা হয় "60 ছেকেণ্ড চেলেঞ্জ"ৰ জৰিয়তে ৷ এই অনুষ্ঠানৰ পূৰ্বে প্ৰতিটো দলৰে অধিনায়ক সকলে ৱাকিংহাম পেলেছত উপস্থিত হৈ ৰাণী এলিজাবেথ আৰু প্ৰিন্স হেৰীক দৰ্শন কৰে ৷ বৃহস্পতিবাৰৰ পৰা আয়োজক ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অ'ভেল গ্ৰাউণ্ডত বিশ্বকাপৰ প্ৰথম খন মেচ অনুষ্ঠিত হৈছে ৷