ETV Bharat / sports

গুগল ডুডলত বিশ্বকাপৰ সকলো তথ্য

author img

By

Published : May 30, 2019, 5:59 PM IST

বিশ্বকাপ ক্ৰিকেটৰ বাবে বুধবাৰে "গুগল ডুডল" উছৰ্গা কৰিলে গুগলে ৷

গুগল ডুডলত স্থান পালে বিশ্বকাপ ক্ৰিকেটে

নিউজ ডেস্ক, 30 মে': সলনি হ'ল "গুগল ডুডল" ৷ ডুডলত সন্নিবিষ্ট হ'ল বিশ্বকাপ ক্ৰিকেট ৷ এতিয়া আপুনি ডুডলত ক্লিক কৰিলেই খোল খাব বিশ্বকাপৰ 'হোম পেজ' ৷ টুইটাৰ যোগেও গুগলে প্ৰচাৰ কৰিলে বিশ্বকাপৰ এক আকৰ্ষণীয় ভিডিঅ' ৷

উল্লেখ্য যে, বুধবাৰে বিশ্বকাপৰ শুভাৰম্ভ অনুষ্ঠানৰ আৰম্ভণি কৰা হয় "60 ছেকেণ্ড চেলেঞ্জ"ৰ জৰিয়তে ৷ এই অনুষ্ঠানৰ পূৰ্বে প্ৰতিটো দলৰে অধিনায়ক সকলে ৱাকিংহাম পেলেছত উপস্থিত হৈ ৰাণী এলিজাবেথ আৰু প্ৰিন্স হেৰীক দৰ্শন কৰে ৷ বৃহস্পতিবাৰৰ পৰা আয়োজক ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অ'ভেল গ্ৰাউণ্ডত বিশ্বকাপৰ প্ৰথম খন মেচ অনুষ্ঠিত হৈছে ৷

GOOGLE CELEBRATES THE START OF CWC'19 WITH ANIMATED DOODLE

গুগল ডুডলত স্থান পালে বিশ্বকাপ ক্ৰিকেটে

নিউজ ডেস্ক, 30 মে': বুধবাৰে বিশ্বকাপ ক্ৰিকেট উদযাপনৰ লক্ষ্যৰে গুগলে উছৰ্গা কৰিলে এক "গুগল ডুডল" ৷ গুগল প্ৰতীক চিহ্নৰ সৈতে ডুডলৰ লগত এটা সৰু ভিডিঅ' সংযোগ কৰি বিশ্বকাপৰ বিষয়ে টুইটাৰতো অৱগত কৰে গুগলে ৷ এই সৰু ভিডিঅ'টোত এজন বলাৰে বলিং কৰাৰ উপৰি আন এজন বেটছমেনে বেটিং কৰাৰ লগতে ফিল্ডাৰ জনে বলটো ধৰিবলৈ চেষ্টা কৰে ৷

উল্লেখ্য যে, বুধবাৰে বিশ্বকাপৰ শুভাৰম্ভ অনুষ্ঠানৰ আৰম্ভণি কৰা হয় "60 ছেকেণ্ড চেলেঞ্জ"ৰ জৰিয়তে ৷ এই অনুষ্ঠানৰ পূৰ্বে প্ৰতিটো দলৰে অধিনায়ক সকলে ৱাকিংহাম পেলেছত উপস্থিত হৈ ৰাণী এলিজাবেথ আৰু প্ৰিন্স হেৰীক দৰ্শন কৰে ৷ বৃহস্পতিবাৰৰ পৰা আয়োজক ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অ'ভেল গ্ৰাউণ্ডত বিশ্বকাপৰ প্ৰথম খন মেচ অনুষ্ঠিত হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.