স্পৰ্টছ ডেস্ক, ৯ মে': কৰ'ণা ভাইৰাছৰ সময়ত দেশৰ প্ৰায় ৪,০০০ হাজাৰ দৰিদ্ৰ লোকক শচীন তেণ্ডুলকাৰ আৰ্থিক সাহাৰ্য প্ৰদান । এই সকলৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে বিএমচিৰ শিশুও । মুম্বাই স্থিতি এটা বেচৰকাৰী সংস্থাৰ জৰিয়তে এই সাহাৰ্য প্ৰদান কৰে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ।
শচীনৰ এই মহান পদক্ষেপৰ পাচতেই সংগঠনটোৰ পৰা অভিনন্দন জনোৱা হয় শচীনক । সংস্থাটোৱে টুইটাৰত উল্লেখ কৰে, ধন্যবাদ শচীন, পুনৰ বাৰ প্ৰমাণিত কৰাৰ বাবে যে খেলে সহানুভূতিক উৎসাহিত কৰে । আমাৰ COVID-১৯ পূঁজিৰ বাবে আপুনি যি অৱদান দিছে, সেইটোৰে ৪০০০ হাজাৰ দৰিদ্ৰ লোকক বিত্তীয় সহায় প্ৰদান কৰিবলৈ সহায়ক হ'ব । য'ত বিএমচি স্কুলৰ শিশুও অন্তৰ্ভুক্ত হৈ আছে । আমাৰ উঠি অহা খেলুৱৈয়ে আপোনাক ধন্যবাদ দিছে, লিটিল মাষ্টাৰ ।
-
Thanks @sachin_rt for proving once again that #sports encourages compassion! Your generous donation towards our #COVID19 fund enables us to financially aid 4000 underprivileged people, including children from @mybmc schools. Our budding sportspersons thank you, Little Master!😊
— Hi5 Youth Foundation (@hi5youth) May 7, 2020 " class="align-text-top noRightClick twitterSection" data="
">Thanks @sachin_rt for proving once again that #sports encourages compassion! Your generous donation towards our #COVID19 fund enables us to financially aid 4000 underprivileged people, including children from @mybmc schools. Our budding sportspersons thank you, Little Master!😊
— Hi5 Youth Foundation (@hi5youth) May 7, 2020Thanks @sachin_rt for proving once again that #sports encourages compassion! Your generous donation towards our #COVID19 fund enables us to financially aid 4000 underprivileged people, including children from @mybmc schools. Our budding sportspersons thank you, Little Master!😊
— Hi5 Youth Foundation (@hi5youth) May 7, 2020
এই টুইটৰ প্ৰত্যুত্তৰত শচীন তেণ্ডুলকাৰে টুইট কৰি কয়, দিন হাজিৰা কৰা পৰিয়ালক সমৰ্থন দিয়াৰ আপোনালোকৰ প্ৰয়াসৰ বাবে Hi৫ দলটোলৈ শুভকামনা ।
-
Best wishes to team Hi5 for your efforts in supporting families of daily wage earners. https://t.co/bA1XdQIFhC
— Sachin Tendulkar (@sachin_rt) May 8, 2020 " class="align-text-top noRightClick twitterSection" data="
">Best wishes to team Hi5 for your efforts in supporting families of daily wage earners. https://t.co/bA1XdQIFhC
— Sachin Tendulkar (@sachin_rt) May 8, 2020Best wishes to team Hi5 for your efforts in supporting families of daily wage earners. https://t.co/bA1XdQIFhC
— Sachin Tendulkar (@sachin_rt) May 8, 2020
ইয়াৰ পূৰ্বেও শচীনে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰধানমন্ত্ৰী সাহাৰ্য পূঁজি আৰু মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ ক্ৰমে ২৫-২৫ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছিল ।