ETV Bharat / sports

টি-২০ত ৮০০০ ৰাণ অতিক্ৰম কৰা প্ৰথম ভাৰতীয় ৰাইনা - ETV BHARAT

নতুন মাইলষ্টোন অতিক্ৰম কৰিছে ভাৰতৰ ক্ৰিকেটাৰ সুৰেশ ৰাইনাই । টি ২০ ক্ৰিকেটত ৮০০০ ৰাণ সংগ্ৰহ কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে ৰাইনা ।

SURESH RAINA
author img

By

Published : Feb 26, 2019, 10:32 AM IST

নিউজ ডেস্ক, ২৬ ফেব্ৰ্ুৱাৰী: ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ পৰা বহুত দিনৰ বিৰতিত থকা ক্ৰিকেটাৰ সুৰেশ ৰাইনাই অতিক্ৰম কৰিছে নতুন মাইলষ্টোন । সোমবাৰে উত্তৰ প্ৰদেশৰ বেটছ্মেন গৰাকী টি ২০ ক্ৰিকেটত ৮০০০ ৰাণ সংগ্ৰহ কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে । উত্তৰ প্ৰদেশ আৰু পণ্ডিচেৰীৰ মাজত অনুষ্ঠিত ছৈয়দ মোস্তাক আলি ট্ৰফী ২০১৯ ৰ জৰিয়তে তেওঁ এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয় ।

ETV BHARAT
SURESH RAINA

উল্লেখ্য যে, টি ২০ ফৰমেটত সৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰীৰ তালিকাত ৰাইনা ষষ্ঠ স্থানত থকাৰ পৰিৱৰ্তে ৱেষ্টইণ্ডিজৰ ক্ৰিছ গেইলে ১২,২৯৮ ৰাণেৰে শীৰ্ষ স্থান দখল কৰি আছে ।

RAINA FIRST INDIAN TO ACHIEVE 8000 RUNS MILESTONE IN T 20 FORMAT

টি-২০ত ৮০০০ ৰাণ অতিক্ৰম কৰা প্ৰথম ভাৰতীয় ৰাইনা

নিউজ ডেস্ক, ২৬ ফেব্ৰ্ুৱাৰী: ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ পৰা বহুত দিনৰ বিৰতিত থকা ক্ৰিকেটাৰ সুৰেশ ৰাইনাই অতিক্ৰম কৰিছে নতুন মাইলষ্টোন ।  সোমবাৰে উত্তৰ প্ৰদেশৰ বেটছ্মেন গৰাকী টি ২০ ক্ৰিকেটত ৮০০০ ৰাণ সংগ্ৰহ কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে । উত্তৰ প্ৰদেশ আৰু পণ্ডিচেৰীৰ মাজত অনুষ্ঠিত ছৈয়দ মোস্তাক আলি ট্ৰফী ২০১৯ ৰ জৰিয়তে তেওঁ এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয় । 

উল্লেখ্য যে, টি ২০ ফৰমেটত সৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰীৰ তালিকাত ৰাইনা ষষ্ঠ স্থানত থকাৰ পৰিৱৰ্তে ৱেষ্টইণ্ডিজৰ ক্ৰিছ গেইলে ১২,২৯৮ ৰাণেৰে শীৰ্ষ স্থান দখল কৰি আছে । 
PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.