ETV Bharat / sports

ভাৰতক 22 ৰাণত পৰাস্ত কৰি শৃংখলা দখল নিউজিলেণ্ডৰ

ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল নিউজিলেণ্ডৰ ৷ ভাৰতক দ্বিতীয় এদিনীয়াত 22 ৰাণত পৰাস্ত নিউজিলেণ্ডৰ ৷ শৃংখলা 2-0 ব্যৱধানত দখল ৷

ভাৰতক 22 ৰাণত পৰাস্ত নিউজিলেণ্ডৰ
নিউজিলেণ্ডৰ শৃংখলা দখল
author img

By

Published : Feb 8, 2020, 7:38 PM IST

স্পৰ্টছ ডেস্ক, 8 ফেব্ৰুৱাৰী : শনিবাৰে দ্বিতীয় এদিনীয়াত ভাৰতক 251 ৰাণত অল আউট কৰি এদিনীয়া শৃংখলা 2-0 ব্যৱধানত দখল কৰিলে নিউজিলেণ্ড দলে ৷ তিনিখনীয়া শৃংখলাৰ ইডেন পাৰ্কত অনুষ্ঠিত দ্বিতীয় মেচত ভাৰতক 22 ৰাণত পৰাস্ত কৰে নিউজিলেণ্ডে ৷

274 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে 71 ৰাণতে চাৰিটাকৈ উইকেট হেৰুৱায় ৷ পৃথ্বী শ্ব'(24), মায়ংক আগৰৱাল(3), বিৰাট কোহলী(15) আৰু কে. এ. ৰাহুলে মেচখনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ'ল ৷ ইয়াৰ পাচতে কেদাৰ যাদৱ আৰু শ্ৰেয়াস আয়াৰে বেটিং কৰিবলৈ নামে যদিও 25 ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়াৰ পাচতে টিম ছাউদিৰ হাতত কেৱল 9 ৰাণ কৰিয়ে যাদৱে উইকেট হেৰুৱায় ৷

নিউজিলেণ্ডৰ শৃংখলা দখল
হেনৰী নিকোলাছ

ইয়াৰ পাচতে আয়াৰে ৰবীন্দ্ৰ জাদেজাৰ সৈতে বেটিং কৰি অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ 52 ৰাণ সংগ্ৰহ কৰি হামিছ বেনেটৰ হাতত উইকেট হেৰুৱায় আয়াৰে ৷ 9 সংখ্যক স্থানত বেটিং কৰিবলৈ নামি নৱদ্বীপ ছাইনীয়ে জাদেজাৰ সৈতে 76 ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে ৷ জয়ৰ বাবে 45 ৰাণ বাকী থকা অৱস্থাতে ছাইনীয়ে 45 ৰাণ সংগ্ৰহ কৰি কাইলী জেমিয়েছনৰ হাতত উইকেট হেৰুৱায় ৷ ইয়াৰ পাচতে ৰবীন্দ্ৰ জাদেজাই দলৰ দায়িত্ব বহন কৰি 73 বলত 55 ৰাণ সংগ্ৰহ কৰে ৷ কিন্তু তেওঁৰ উইকেটৰ পতন হোৱাৰ পাচতে দলে 251 ৰাণত ইনিংছ সামৰিবলৈ বাধ্য হয় ৷

নিউজিলেণ্ডৰ শৃংখলা দখল
টিম ছাউদি আৰু বিৰাট কোহলী

ইয়াৰ পূৰ্বে ৰ'ছ টেইলৰৰ অপৰাজিত 73 ৰাণৰ জৰিয়তে নিউজিলেণ্ডে 8 টা উইকেট হেৰুৱাই 273 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে, মাৰ্টিন গুপটিলে 79 আৰু হেনৰী নিকলছে 41 ৰাণৰ ইনিংছ উপহাৰ দিয়ে ৷ ইয়াৰ জৰিয়তে ভাৰতৰ সন্মুখত 274 ৰাণৰ লক্ষ্য বান্ধি দিয়ে নিউজিলেণ্ড দলে ৷ ভাৰতৰ হৈ য়ুজবেন্দ্ৰ চাহালে সৰ্বাধিক 3 টা উইকেট দখল কৰে ৷

আৰু পঢ়ক : স্পট ফিক্সিঙৰ গোচৰত 17 মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ নাছিৰ জামছেদক

Intro:नवी मुंबईतील सिवूडस येथे आग लागल्याने अग्निशमनदलाचे सहा जवान भाजले..
दोन जवान गंभीर....

नवी मुंबई:

नेरुळ मधील सिवूडस परिसरात आज सकाळी आग लागली या आगीत काही रहिवासी व अग्निशमनदलाचे जवान भाजले आहेत.त्यांना उपचारासाठी वाशी येथील नवी मुंबई महानगरपालिका हॉस्पिटलमध्ये दाखल करण्यात आले आहे.
आज सकाळी 7 वाजताच्या सुमारास सिवूडस- नेरूळ परिसरातील , सेक्टर 36 मधील पाम बीच रोड परिसरातील पोद्दार शाळेजवळ असणाऱ्या शिवम अपार्टमेंटच्या 20 व्या व 21 व्या मजल्यावर आग लागली. अचानक आगीने रौद्ररूप धारण केल्याने. संपूर्ण ईमारतीमधील रहिवासी इमारतीच्या खाली आले. व त्वरित अग्नीशमन दलाला पाचारण करण्यात आले.उंच ईमारत असल्याने अग्निशमनदलाला ही आग विझविण्यासाठी अडचणी येत होत्या त्यात स्फोट झाल्याने अग्निशमन दलाचे 5 जवान व काही नागरिक भाजले आहेत व अग्निशमनदलाचे दोन जवान गंभीर भाजल्याची माहिती मिळाली आहे.त्यांना वाशी येथील नवी मुंबई महानगरपालिकेच्या रुग्णालयात दाखल करण्यात आले आहे.
नक्की आग कशामुळे लागली आहे याची माहिती अजूनही मिळाली नाही.मात्र या घटनेमुळे संबधित इमारतीमधील रहिवासी प्रचंड घाबरले आहेत. सद्यस्थितीत आग पूर्णपणे आटोक्यात आली आहे. आग विझविण्यासाठी अग्निशमन दलाच्या जवानांनी शर्थीचे प्रयत्न केले आहेत.

Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.