ETV Bharat / sports

প্ৰতিশোধৰ লক্ষ্যৰে ভাৰতত অষ্ট্ৰেলিয়া

ভাৰত-পাকিস্তানৰ মেচক লৈ বিবাদ চলি থকা মাজতেই আন এক যুদ্ধত লিপ্ত হ'ব ভাৰত-অষ্ট্ৰেলিয়া

author img

By

Published : Feb 24, 2019, 7:33 AM IST

প্ৰতিশোধৰ লক্ষ্যৰে ভাৰতত অষ্ট্ৰেলিয়া

স্পৰ্টছ ডেস্ক, ২৪ ফেব্ৰুৱাৰীঃ এইবাৰ ২২ গজৰ ক্ৰীজত প্ৰতিশোধৰ লক্ষ্যৰে ভাৰতত আহিছে কেংগাৰু বাহিনী । দুখন টি-২০ মেচৰ লগতে পাঁচখন এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ'ব অষ্ট্ৰেলিয়া দলটো । দেওবাৰে বিশাখাপট্টনমত দুখন টি-২০ শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব সন্ধিয়া ৭ বজাত ।

উল্লেখ্য় যে কেইমাহ পূৰ্বে অষ্ট্ৰেলিয়াৰ ভ্ৰমণলৈ যোৱা ভাৰতীয় দলটোৱে ৭১ বছৰ পাচত ২-১ ৰে প্ৰথমবাৰৰ বাবে শৃংখলা জয়েৰে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল । আনহাতে এদিনীয়া শৃংখলাতো মুখ থেকেছাৰ সন্মুখীন হৈছিল ঘৰুৱা দল অষ্ট্ৰেলিয়া । ইপিনে ১-১ ৰে অমীমাংসিত হৈ ৰৈছিল টি-২০ শৃংখলা । বৰষুণৰ বাবে বাতিল হৈছিল দ্বিতীয়খন টি-২০ মেচ । এতিয়া ক্ৰীড়া প্ৰেমীৰ অপেক্ষা দেওবাৰৰ দিনটোলৈ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.