ETV Bharat / sports

ভাৰত - ৱেষ্ট ইণ্ডিজ প্ৰথম টেষ্ট : ৰাহানেৰ 81 ৰাণ সংগ্ৰহ - 6 উইকেট হেৰুৱাই 203 ৰাণ সংগ্ৰহ

ভাৰত - ৱেষ্ট ইণ্ডিজ প্ৰথম টেষ্টৰ প্ৰথম দিনৰ খেলৰ অন্তত ভাৰতীয় ক্ৰিকেট দলে 6 উইকেট হেৰুৱাই 203 ৰাণ সংগ্ৰহ কৰিছে ৷ ভাৰতৰ হৈ ৰাহানেই 81 সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে ৷

ভাৰত - ৱেষ্ট ইণ্ডিজ প্ৰথম টেষ্ট : ৰাহানেৰ সুন্দৰ প্ৰদৰ্শন
author img

By

Published : Aug 23, 2019, 4:23 PM IST

Updated : Aug 23, 2019, 5:00 PM IST

স্পৰ্টছ ডেস্ক, 23 আগষ্ট : আজিংকা ৰাহানেৰ 81 ৰাণৰ সুন্দৰ প্ৰদৰ্শনৰ জৰিয়তে ভাৰত - ৱেষ্ট ইণ্ডিজৰ প্ৰথম টেষ্টৰ প্ৰথম দিনা 6 উইকেট হেৰুৱাই 203 ৰাণ সংগ্ৰহ কৰিছে ভাৰতীয় দলে ৷ টছত জয়ী হৈ ৱেষ্ট ইণ্ডিজ দলে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ দূৰ্দান্ত বলিঙেৰে ভাৰতৰ 25 ৰাণত 3 টা উইকেট দখল কৰে ৱেষ্ট ইণ্ডিজ দলে ৷ কে. এল. ৰাহুল আৰু মায়ংক আগৰৱালে অ'পেনিং কৰিবলৈ নামে যদিও দুৰ্বল বেটিং প্ৰদৰ্শন আগবঢ়ায় ৷

আগৰৱালে 5 ৰাণ কৰি আউট হোৱাৰ লগতে চেতেশ্বৰ পূজাৰাই 2 আৰু বিৰাট কোহলীয়ে 9 ৰাণ কৰে ৷ ইয়াৰ পাছতে চতুৰ্থ উইকেটৰ যুটিত ৰাহানে আৰু ৰাহুলে 68 ৰাণৰ ইনিংছ গঢ়িবলৈ সক্ষম হয় ৷ দলক 44 ৰাণৰ ইনিংছ উপহাৰ দি স্পীনাৰ ৰ'ষ্টন ছেজৰ হাতত উইকেট হেৰুৱায় ৰাহুলে ৷

ৰাহানেৰ সুন্দৰ প্ৰদৰ্শন
ভাৰত - ৱেষ্ট ইণ্ডিজ প্ৰথম টেষ্ট

ৰাহুলৰ পাছতে হনুমা বিহাৰীয়ে ৰাহানেৰ সৈতে পাঁচ উইকেটৰ যুটীত 82 ৰাণৰ ইনিংছ গঢ়ে ৷ প্ৰথম দিনৰ খেলৰ অন্তত ঋষভ পন্ত আৰু ৰবীন্দ্ৰ জাদেজাই ক্ৰমে 20 আৰু 3 ৰাণত বেটিং কৰি আছে ৷ ৱেষ্ট ইণ্ডিজৰ হৈ কেমাৰ ৰ'ছে তিনিটা, গেব্ৰিয়েলে দুটা আৰু ছেজে এটাকৈ উইকেট দখল কৰিছে ৷

Intro:Body:

Coimbatore: Red alert has given to Tamil Nadu, due to fear of terrorist attack happen on upcoming of Ganesh Chaturthi festival.

Regarding the fear of terrorist attack, red alert given to entire Tamil Nadu. Due to this, security has being tight in public places where as in bus stand, railway stations.

According Raw information, rumours spreads that six terrorist have entered in Tamil Nadu. Cuurently the Six members present in Coimbatore. 

To avoid the further disaster happenings, especially on upcoming Ganesh Chaturthi festival, police is in charge on full tight security in major cities like Chennai, Coimbatore etc.,  

Conclusion:
Last Updated : Aug 23, 2019, 5:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.