ETV Bharat / sports

মহিলা টি-20 বিশ্বকাপ 2023 ৰ দল নিৰ্বাচনৰ প্ৰক্ৰিয়া ঘোষণা - দক্ষিণ আফ্ৰিকা

ভূটান, বোত্চবানা, কেমৰোন, ফ্ৰান্স, মলাবীস ম্যানমাৰ, ফিলিপিন্স আৰু তুৰ্কীয়ে প্ৰথমবাৰৰ বাবে আই.চি.চি. মহিলা প্ৰতিযোগিতাত ভাগ ল‘ব ৷ মহিলা ক্ৰিকেটৰ এই উত্থানে সমগ্ৰ বিশ্বতে মহিলা ক্ৰিকেটৰ বিকাশৰ ইংগিত প্ৰদান কৰিছে ৷

ICC announces qualification process for 2023 Women's T20 WC
মহিলা টি-20 বিশ্বকাপ 2023 ৰ দল নিৰ্বাচনৰ প্ৰক্ৰিয়া ঘোষণা
author img

By

Published : Dec 13, 2020, 7:34 PM IST

নিউজ ডেস্ক, 13 ডিচেম্বৰ : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC) এ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ‘বলগীয়া মহিলা টি-20 বিশ্বকাপৰ বাবে শনিবাৰে নিৰ্বাচনী প্ৰক্ৰিয়াৰ কাৰ্যসূচীৰ ঘোষণা কৰিছে ৷ বিশ্বকাপৰ বাবে 10 টা দলেৰে অনুষ্ঠিত হ'বলগীয়া মহিলা টি-20 বিশ্বকাপ 2023 বৰ্ষৰ 9 ফ্ৰেব্ৰুৱাৰীৰ পৰা 26 ফ্ৰেব্ৰুৱাৰী লৈকে পুনৰ নিৰ্ধাৰিত কৰা হৈছে ৷

ICC announces qualification process for 2023 Women's T20 WC
মহিলা টি-20 বিশ্বকাপ 2023 ৰ দল নিৰ্বাচনৰ প্ৰক্ৰিয়া ঘোষণা

ভূটান, বোত্চবানা, কেমৰোন, ফ্ৰান্স, মলাবীস ম্যানমাৰ, ফিলিপিন্স আৰু তুৰ্কীয়ে প্ৰথমবাৰৰ বাবে আই.চি.চি. মহিলা প্ৰতিযোগিতাত ভাগ ল'ব ৷ মহিলা ক্ৰিকেটৰ এই উত্থানে সমগ্ৰ বিশ্বতে মহিলা ক্ৰিকেটৰ বিকাশৰ ইংগিত প্ৰদান কৰিছে ৷

আই.চি.চি. ৰ মহিলা ক্ৰিকেটৰ প্ৰৱন্ধক হোলী কাল্বিনে কয় যে, " আমি ICC য়ে মহিলা সকলৰ আয়োজনৰ বাবে ক্ৰিকেটৰ পুনৰ আৰম্ভণিক আদৰণি জনাব পাই আনন্দিত ৷ আই.চি.চি. মহিলা টি-20 বিশ্বকাপ মহিলা ক্ৰিকেটৰ বাবে এক ৰোমাঞ্চকৰ সময় ৷ "

লগতে পঢ়ক: আজিৰ দিনটোতে নিজৰ কেৰিয়াৰৰ তৃতিয়টো দ্বি-শতক অৰ্জন কৰিছিল ৰোহিত শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.