ETV Bharat / sports

প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হ’ল বাংলাদেশ

author img

By

Published : Feb 10, 2020, 1:21 AM IST

ডিফেণ্ডিং চেম্পিয়নক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল বাংলাদেশৰ ৷ ডাকৱৰ্থ লুইছ নিয়মৰ অধীনত 3 উইকেটত জয় লাভ বাংলাদেশৰ ৷

প্ৰথমবাৰৰ বাবে বিশ্বচেম্পিয়ন হ’ল বাংলাদেশ

স্পৰ্টছ ডেস্ক, 10 ফেব্ৰুৱাৰীঃ আইচিচি 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ নতুন চেম্পিয়ন হ’ল বাংলাদেশ ৷ প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিয়ে খিতাপ দখল আকবৰ আলী নেতৃত্বাধীন বাংলাদেশ ক্ৰিকেট দলটোৰ ৷ চাৰিবাৰৰ বিশ্ব চেম্পিয়ন তথা ডিফেণ্ডেং চেম্পিয়ন ভাৰতৰ পৰাস্ত কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ল বাংলাদেশ দলটোৱে ৷

দক্ষিণ আফ্ৰিকাৰ ছেনৱেছ পাৰ্কত অনুষ্ঠিত খেলখনত টছত জয় লাভ কৰি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বাংলাদেশে ৷ ভাৰতক বেটিঙৰ বাবে প্ৰথমে আমন্ত্ৰণ জনায় দলটোৱে অনুশাসনমূলক বলিঙৰ পৰিচয় দাঙি ধৰি খেলখনত ভাৰতীয় বেটছমেনক বান্ধি ৰাখিবলৈ সক্ষম হৈছিল ৷ ফলত নিৰ্ধাৰিত 50 অভাৰৰ পূৰ্বেই 47.2 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই কেৱল 177 ৰান হে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে ৷ ভাৰতৰ হৈ একমাত্ৰ অৰ্ধশতক অৰ্জন কৰে যশস্বী জয়ছোৱালে ৷ যশস্বীয়ে খেলখনত 88 ৰান কৰে ৷ ইপিনে তিলক বৰ্মাই 38 আৰু ধ্ৰুৱ জুৰেলে 22 ৰানৰ বৰঙণি আগবঢ়ায় ৷ বাংলাদেশৰ হৈ অভিষেক দাসে 3 টা, শ্বৰিফুল ইছলামে 2 টা, তানজিম হাছান ছাকিবে 2 টা আৰু ৰকিবুল হাছানে 1 টা উইকেট লাভ কৰে ৷

বাংলাদেশৰ দুৰ্দান্ত বলিং
বাংলাদেশৰ দুৰ্দান্ত বলিং

ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশে প্ৰথম উইকেটৰ বাবে সুন্দৰ বেটিং কৰিবলৈ সক্ষম হয় আৰু দলটোৰ বাবে সংগ্ৰহ কৰে 50 ৰান ৷ ভাৰতৰ হৈ প্ৰথমটো সফলতা অৰ্জন কৰে ৰবি বিষ্ণই য়ে ৷ ইয়াৰ পাচতে বিষ্ণই য়ে নিজৰ বলিঙৰ যাদুৰে বাংলাদেশৰ অন্য তিনিটা উইকেট দখল কৰি অতি কম স্ক’ৰৰ এই মেচখনত ভাৰতক জয়ৰ স্থিতিত বৰ্তাই ৰাখিবলৈ সক্ষম হয় ৷ এটা সময়ত বাংলাদেশ দলটোৱে 85 ৰানত 5 টাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই তীব্ৰ মানসিক হেঁচাৰ সন্মুখীন হ’বলগীয়া হয় ৷

ৰবি বিষ্ণই
ৰবি বিষ্ণই

ইয়াৰ পাচতে 102 ৰানত 6 নম্বৰ আৰু 143 ৰানত 7 নম্বৰ উইকেটটো বাংলাদেশে হেৰুৱাই যদিও অধিনায়ক আকবৰ আলীয়ে এটা কোণত ধীৰ-স্থিৰতাৰে বেটিং কৰি বাংলাদেশৰ জয় নিশ্চিত কৰে ৷ মেচখন চলি থকাৰ অন্তিম ক্ষণত বৰষুণে বিধি-পথালি জনোৱাৰ বাবেই ডাকৱৰ্থ লুইছ নিয়ম অনুসৰি 46 অভাৰত 170 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছিল বাংলাদেশ দলটোক ৷

মেচখনত ভাৰতীয় বেটিং প্ৰদৰ্শনে দৰ্শকক নিৰাশ কৰাৰ লগতে ভাৰতীয় দলটোৱে বলিঙত 33 অতিৰিক্ত ৰান খৰচ কৰাটোৱেও বাংলাদেশৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ ভাৰতৰ হৈ ৰবি বিষ্ণই য়ে সৰ্বাধিক 10 অভাৰত 30 ৰান দি 4 টা উইকেট দখল কৰে ৷ আনহাতে সুশান্ত মিশ্ৰাই 2 টা আৰু যশস্বী জয়ছোৱালে 1 টা উইকেট লাভ কৰে ৷

যশস্বী জয়ছোৱালৰ প্ৰদৰ্শন
প্লেয়াৰ অফ দ্য ছিৰিজ যশস্বী জয়ছোৱাল
প্লেয়াৰ অফ দ্য ছিৰিজ যশস্বী জয়ছোৱাল

খেলখনত বাংলাদেশৰ আকবৰ আলী ‘‘প্লেয়াৰ অফ দ্য মেচ’’ আৰু যশস্বী জয়ছোৱাল‘‘প্লেয়াৰ অফ দ্য ছিৰিজ’’ ঘোষণা কৰা হয় ৷ যশস্বী জয়ছোৱালে টুৰ্ণামেন্টখনত 1 টা শতক আৰু 4 টা অৰ্ধশতকেৰে মুঠ 400 ৰান কৰিবলৈ সক্ষম হয় ৷

যশস্বী জয়ছোৱালৰ প্ৰদৰ্শন
যশস্বী জয়ছোৱালৰ প্ৰদৰ্শন

উল্লেখ্য যে, পঞ্চমবাৰৰ বাবে খিতাপ জয়ৰ যুঁজত অৱতীৰ্ণ হৈছিল ডিফেণ্ডিং চেম্পিয়ন ভাৰত ৷

Intro:सागर मुख्यमंत्री कमलनाथ संत रविदास जयंती के उपलक्ष में सागर में आयोजित कार्यक्रम में पीटीसी ग्राउंड पहुंचे जहां उन्होंने करीब 3000 के विकास कार्यों का लोकार्पण एवं भूमि पूजन किया इससे पहले पुलिस लाइन स्थित हेलीपैड पर कमलनाथ पहुंचे और वहां से सीधे पूर्व महापौर नवीन जैन के घर एक शादी समारोह में उन्होंने शिरकत की जिसके बाद कमलनाथ में मैं कलेक्ट्रेट भवन एवं स्मार्ट सिटी के तहत बने इंटीग्रेटेड कंट्रोल कमांड सेंटर का लोकार्पण किया तत्पश्चात कमलनाथ पीटीसी ग्राउंड सभा स्थल पर पहुंचे जहां उन्होंने संत रविदास जी की प्रतिमा पर माल्यार्पण कर कार्यक्रम की शुरुआत की

Body:कार्यक्रम में मुख्यमंत्री कमलनाथ ने पूर्व की बीजेपी सरकार शिवराज और वर्तमान केंद्रीय सरकार में प्रधानमंत्री नरेंद्र मोदी पर जमकर निशाना साधा उन्होंने कहा कि जो काम 15 सालों में बीजेपी की शिवराज सरकार नहीं कर पाई जबकि उन्हें महज अभी 15 महीने भी नहीं हुए और उन्होंने उससे कहीं ज्यादा काम किए हैं शिवराज सिंह केवल घोषणाएं और बातें करते रहे जबकि धरातल पर कोई काम नहीं हुआ उन्होंने कहा कि वर्तमान में प्रदेश में सबसे ज्यादा रोजगार और व्यवसाय की जरूरत है इसीलिए प्रदेश में रोजगार के अवसर बनाने के प्रयास किए जा रहे हैं साथ ही किसानों के लिए भी कर्ज माफी के साथी उनके फसलों के उचित दाम मिल सके इस की व्यवस्था की जा रही है

Conclusion:कमलनाथ ने मोदी सरकार को आड़े हाथों लेते हुए सीए का जमकर मंच से विरोध किया कमलनाथ ने आरोप लगाते हुए कहा कि मोदी सरकार लोगों का ध्यान भटकाने के लिए सीए जैसे प्रावधान ला रही है जबकि इसकी कोई आवश्यकता नहीं थी

विजुअल वाइट कमलनाथ मुख्यमंत्री
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.