ETV Bharat / sports

তৃতীয় এদিনীয়া : টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত নিউজিলেণ্ডৰ

author img

By

Published : Jan 29, 2020, 12:22 PM IST

টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত গ্ৰহণ নিউজিলেণ্ড দলৰ ৷ ইতিমধ্যে 2-0 ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ভাৰতে ৷

তৃতীয় এদিনীয়া
টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত নিউজিলেণ্ডৰ

স্পৰ্টছ ডেস্ক, 29 জানুৱাৰী : নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত জয়েৰে শৃংখলা দখলৰ লক্ষ্যৰে নামিব ভাৰতীয় দল ৷ বুধবাৰে ছেডন পাৰ্কত অনুষ্ঠিত হ'ব পাঁচখনীয়া টি-20 শৃংখলাৰ তৃতীয় এদিনীয়া ৷ টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ঘৰুৱা দল নিউজিলেণ্ডে ৷

2-0 ব্যৱধানত অগ্ৰগতি ভাৰতৰ
তৃতীয় এদিনীয়া

উল্লেখ্য যে, ইয়াৰ পূৰ্বে অনুষ্ঠিত দুয়োখন মেচত জয়েৰে শৃংখলাত 2-0 ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ভাৰতীয় দলে ৷

তৃতীয় এদিনীয়া
ভাৰতীয় দল

স্কোৱাড :
ভাৰত - বিৰাট কোহলী, ৰোহিত শৰ্মা, কে. এল. ৰাহুল, মনিশ পাণ্ডে, ঋষভ পন্ত, সঞ্জু ছেমচন, শ্ৰেয়াস আয়াৰ, শিৱম ডুৱে, ৰবীন্দ্ৰ জাদেজা, কুলদ্বীপ যাদৱ, য়ুজবেন্দ্ৰ ছাহাল, মহম্মদ ছামী, জছপ্ৰীত বুমৰাহ, শাৰদুল ঠাকুৰ, নৱদ্বীপ ছাইনী, ৱাশ্বিংটন সুন্দৰ ৷

নিউজিলেণ্ড - কেন উইলিয়ামছন, মাৰ্টিন গুপটিল, ৰ'ছ টেইলৰ, স্কট কুগেলেজিন, কলিন মনৰো, কলিন ডি গ্ৰেণ্ডহোম, টম ব্ৰুছ, ডাৰিল মিটছেল, মিটছেল ছান্টনাৰ, টিম ছেইফাৰ্ট, হামিছ বেনেট, ইছ ছোধী, টিম ছাউদি, ব্লেয়াৰ টিকনাৰ ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.