ETV Bharat / sports

ৰবিন্দৰ সিঙৰ ব্ৰঞ্জ দখল - ETV BHARAT

কোকৰাঝাৰ ৰেড হৰ্ণছ ডিভিজনৰ সেনা ৰূপে কৰ্মৰত ৰবিন্দৰ সিঙে ছাৰ্বিয়ান অ'পেন কিকবক্সিং কাপত ব্ৰঞ্জ পদক দখল কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বে তেওঁ ৱাকো ইণ্ডিয়া কিকবক্সিং চেম্পিয়নশ্বিপ ২০১৮ ত ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল ।

RAVINDER SINGH WINS BRONZE
author img

By

Published : Mar 18, 2019, 9:22 PM IST

কোকৰাঝাৰ, ১৮ মাৰ্চ: কোকৰাঝাৰ ৰেড হৰ্ণছ ডিভিজনৰ সেনা ৰূপে কৰ্মৰত ৰবিন্দৰ সিঙে ছাৰ্বিয়াৰ বেলগ্ৰেডত ১৫ ৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হোৱা ছাৰ্বিয়ান অ'পেন কিকবক্সিং কাপত ব্ৰঞ্জ পদক দখল কৰিবলৈ সক্ষম হৈছে । ২৭ বছৰীয়া ৰবিন্দৰ সিঙে ৮১ কিলাগ্ৰাম ওজন শাখাত ছাৰ্বিয়াৰ প্ৰতিদ্বন্দী স্মিলিক জ'ভানৰ হাতত ৩-৫ ৰ ব্যৱধানত ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ পদক দখল কৰে ।

উল্লেখ্য যে, ৭ বছৰ ধৰি ৰবিন্দৰ সিঙে সেনাবাহিনীত অৱদান আগবঢ়াই অহাৰ লগতে ভাৰতীয় সেনা বক্সিং দলত বাছনি লাভ কৰিছিল । ইয়াৰ পূৰ্বেও তেওঁ ৱাকো ইণ্ডিয়া কিকবক্সিং চেম্পিয়নশ্বিপ ২০১৮ ত ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল ।

Ravinder Singh wins bronze at Serbian Open European Kickboxing Cup 2019

Kokrajhar, March,18: Ravinder Singh sepoy of Red Horns Division Kokrajhar has won Bronze medal in K1 Rules (under 81 kg weight) in World Association of Kickboxing Associations European Cup "Serbia Open" held at Belgrade, Serbia from 15th to 17th March 2019.

 Ravinder is 27 years of age, has put in 7 years of service and was selected for Indian Army Boxing Team.  Earlier Sepoy Ravinder Singh  had bagged a Silver Medal in the WAKO India Senior National Kickboxing Championship 2018 org by Kickboxing Association of West Bengal.  The indl was selected for Serbian Open Kickboxing Championship at Belgrade, Serbia as an Indian Athlete under the aegis of WAKO India Kickboxing Federation.  
Ravinder defeated Boudemarene Rabah of Algeria by a score of 5-2 in quarter finals and lost to Smilic Jovan of Serbia (3-5) in the semifinals who later won in the finals. Sep Ravinder has been selected for Nepal Open Kickboxing Championship, 2019 which is scheduled to be held at Kathmandu from 24-28 Apr 2019.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.