ETV Bharat / sitara

শ্বুটিঙত ব্যস্ত আছিল Tom Cruise: BMW লৈ উধাও চোৰ - tom cruises bmw stolen in uk

শ্বুটিঙত ব্যস্ত থাকোতেই হলিউদৰ তাৰকা Tom Cruise(Hollywood star Tom Cruise)ৰ বাহন লৈ উধাও হ'ল চোৰ ৷ আহিবলগীয়া ছবি Mission: Impossibleৰ শ্বুটিঙৰ কামত ব্যস্ত আছে অভিনেতাগৰাকী ৷ বহু মূল্যবান সামগ্ৰীসহ অভিনেতাগৰাকীৰ বাহনখন লৈ উধাও হয় চোৰ ৷

Tom Cruise's BMW stolen in UK, read how thieves pulled off the the
Tom Cruiseৰ BMW লৈ উধাও চোৰ
author img

By

Published : Aug 28, 2021, 4:30 PM IST

চিটাৰা ডেস্ক , 28 আগষ্ট : সম্প্ৰতি Mission: Impossibleৰ কামত ব্যস্ত আছে হলিউদৰ তাৰকা অভিনেতা(Hollywood star Tom Cruise) টম ক্ৰুজ (Tom Cruise) ৷ অভিনেতাগৰাকী Mission: Impossibleৰ শ্বুটিঙৰ কামত ব্যস্ত থকাৰ সময়তে চোৰে তেওঁৰ বিলাসী বাহনখন লৈ উধাও হোৱাৰ খবৰ পোৱা গৈছে ৷ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি সুৰক্ষা দলৰ চকুত ধূলি দি চোৰে অভিনেতাগৰাকীৰ বাহনখন লৈ উধাও হয় ৷

গাড়ীখনৰ ভিতৰত থকা বহু মূল্যবান সামগ্ৰীসহ চোৰে বাহনখন লৈ পলায়ন কৰে ৷ জানিব পৰা মতে, Birminghamত থকাৰ সময়ত টম এই গাড়ীখনতে ঘূৰি ফুৰিছিল আৰু চোৰে বাহনখন লৈ যোৱাৰ সময়ত গাড়ীৰ ভিতৰত তেওঁৰ বহুতো মূল্যবান সামগ্ৰী আছিল ৷

লগতে পঢ়ক : সমাপ্ত হ'ল এছ এছ ৰাজামৌলীৰ ছবি "RRR" দৃশ্যগ্ৰহণ

এটা electronic tracking device লগাই থোৱাৰ বাবে আৰক্ষীয়ে গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও গাড়ীখনৰ ভিতৰত থকা মূল্যবান সামগ্ৰীসমূহ চোৰে লৈ যায় ৷ সুৰক্ষা দলৰ পৰা বাহনখন চুৰি কৰাৰ পূৰ্বে চোৰে বাহনখনৰ চাবিবিহীন ইগনিশ্বন ফব(keyless ignition fob)ৰ পৰা সংকেত(signal) clone কৰাৰ বাবে অত্যাধুনিক প্ৰযুক্তি(cutting-edge technology)ৰ সহায় লৈছিল ৷ অৱশ্যে, বিলাসী কাৰ ব্ৰেণ্ড বিএমডব্লিউ( luxury car brand BMW)এ ইতিমধ্যে অভিনেতাজনক এক identical replacement প্ৰদান কৰিছে ৷

আৰক্ষীৰ এজন মুখপাত্ৰই জানিবলৈ দিয়া মতে, Birminghamৰ Church Streetৰ পৰা চুৰি হোৱা এখন BMW X7 বাহনৰ তথ্য লাভ কৰিছিল আৰু অলপ সময়ৰ পাচতে Smethwickত তেওঁলোকে বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

বিগত কিছু মাহৰ পৰা ক্ৰুজ UKত আছে ৷ Mission: Impossible ছবিখনৰ চিত্ৰগ্ৰহণৰ বাবে ক্ৰুজ UKত আছে বুলি জানিব পৰা গৈছে ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি Birminghamত থাকি টমে যথেষ্ট ভাল পোৱা যেন দেখা গৈছে ৷

লগতে পঢ়ক : Birthday Special: Miss Indiaৰ পৰা Roadies লৈকে সহজ নাছিল নেহাৰ যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.