ETV Bharat / sitara

এ-১ এক্সপ্ৰেছত অভিনয় কৰিব লাৱণ্য ত্ৰিপাঠীয়ে - ফটো শ্বেয়াৰ

চাউথৰ অভিনেত্ৰী লাৱণ্য ত্ৰিপাঠীয়ে বুধবাৰে ছচিয়েল মিডিয়াত ভাৰতীয় সাজত এখন বাহনত বহি থকাৰ ফটো শ্বেয়াৰ কৰে ।

লাৱণ্য ত্ৰিপাঠী
লাৱণ্য ত্ৰিপাঠী
author img

By

Published : Mar 3, 2021, 8:38 PM IST

চিটাৰা ডেস্ক, ৩ মাৰ্চ: চাউথৰ অভিনেত্ৰী লাৱণ্য ত্ৰিপাঠীয়ে বুধবাৰে ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলৰ মন আকৰ্ষিত কৰি তোলে । লগতে ছচিয়েল মিডিয়াযোগে অনুৰাগীসকলৰ সৈতে জ্ঞান সম্পৰ্কীয় আলোচনা কৰে অভিনেত্ৰীগৰাকীয়ে । লাৱণ্যই বুধবাৰে ইনষ্টাগ্ৰামত ভাৰতীয় সাজত এখন বাহনত বহি থকাৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল । যদি আপুনি নিজৰ ওপৰত বিশ্বাস নকৰে, কোনে কৰিব বুলি লাৱণ্যই এইদৰে কেপশ্বন লিখি উক্ত ফটোখন শ্বেয়াৰ কৰিছিল ।

অভিনেত্ৰীগৰাকীয়ে "দুসুকেলথা, "ব্ৰামন, "ভালে ভালে মাগাদিভয়, "শ্ৰীৰাস্টু সুভামাস্তু, "যুধম শৰণম" আৰু "আন্তাৰিকশ্ম ৯০ কিলোমিটাৰ প্ৰতি ঘণ্টা"ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ।

লাৱণ্যই পৰৱৰ্তী সময়ত চাণ্ডীপ কিষাণৰ অভিনীত তেলেগু ছবি "এ-১ এক্সপ্ৰেছ"ত অভিনয় কৰিব । ২০১৯ চনৰ তামিল ছবি "নাটপে থুনাই"ৰ ৰিমেক ছবিখন ডেনিছ জীৱন কানুকোলানুৰ দ্বাৰা পৰিচালনা কৰা হৈছিল ।

লগতে পঢ়ক:আগন্তুক নেটফ্লিক্স ছিৰিজ 'মাই' প্ৰযোজনা কৰিব অনুষ্কা শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.