ETV Bharat / sitara

সংবাদ মাধ্যমক প্ৰত্যাহ্বানঃ ক্ষমা নোখোজে কংগনাই

এণ্টাৰটেইনমেন্ট জাৰ্ণলিষ্ট গীল্ডে (Entertainment Journalists’ Guild) অভিনেত্ৰী কংগনা ৰানাৱতক ক্ষমা খুজিবলৈ আহ্বান জনাইছিল ৷ 7 জুলাইত ‘জাজমেণ্টেল হে ক্যা’ শীৰ্ষক ছবিখনৰ এটা গান উন্মোচনৰ সময়ত জাষ্টিন ৰাও নামৰ এজন সাংবাদিকৰ লগত বাক্ যুদ্ধত লিপ্ত হৈছিল কংগনা ৷

মিডিয়ালৈ কংগনাৰ প্ৰত্যাহবান:‘নিষিদ্ধ কৰক মোক’
author img

By

Published : Jul 11, 2019, 6:17 PM IST

Updated : Jul 11, 2019, 7:12 PM IST

নিউজ ডেস্ক, 11 জুলাই: ক্ষমা নোখোজে অভিনেত্ৰী কংগনা ৰানাৱতে ৷ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ভগ্নী ৰংগলী চাণ্ডেলৰ টুইটাৰযোগে এক ভিডিঅ'ত স্পষ্ট কৰিলে নিজৰ স্থিতি ৷

  • Here’s a vidoe message from Kangana to all the media folks who have banned her, P.S she has got viral fever hence the heavy voice 🙂...(contd) pic.twitter.com/U1vkbgmGyq

    — Rangoli Chandel (@Rangoli_A) July 11, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

এণ্টাৰটেইনমেন্ট জাৰ্ণলিষ্ট গীল্ডে (Entertainment Journalists’ Guild) অভিনেত্ৰী কংগনা ৰানাৱতক ক্ষমা খুজিবলৈ আহ্বান জনাইছিল ৷ 7 জুলাইত ‘জাজমেণ্টেল হে ক্যা’ শীৰ্ষক ছবিখনৰ এটা গান উন্মোচনৰ সময়ত জাষ্টিন ৰাও নামৰ এজন সাংবাদিকৰ লগত বাক্ যুদ্ধত লিপ্ত হৈছিল কংগনা ৷ ইয়াৰ পিছতেই বালাজী টেলিফিল্মচ আৰু প্ৰযোজক একতা কাপুৰে টুইটাৰযোগে ক্ষমা খোজে এণ্টাৰটেইনমেন্ট জাৰ্ণলিষ্ট গীল্ডক ৷ ইয়াৰ পিছতেই এণ্টাৰটেইনমেন্ট জাৰ্ণলিষ্ট গীল্ডে তেওঁলোকৰ এই নিষেধাজ্ঞাই ছবিখনক কোনো ধৰণে ক্ষতি নকৰে বুলি জনায় যদিও কংগনাই নিজে ক্ষমা নোখোজালৈকে তেওঁৰ ওপৰত এই নিষেধাজ্ঞা অব্যাহত থাকিব বুলি জনায় ৷

KANGANA REFUSES TO SAY SORRY: BEGS MEDIA TO BAN HER

মিডিয়ালৈ কংগনাৰ প্ৰত্যাহবান:‘নিষিদ্ধ কৰক মোক’

নিউজ ডেস্ক, 11 জুলাই: ক্ষমা নুখোজে অভিনেত্ৰী কংগনা ৰানাউতে ৷ ভগ্নি ৰংগলী চাণ্ডেলৰ টুইটাৰ যোগে এক ভিডিঅত স্পষ্ট কৰিলে নিজে স্থিতি
(Entertainment Journalists’ Guild) এণ্টাৰটেইনমেন্ট জাৰ্ণলিষ্ট গিল্ডে অভিনেত্ৰী কংগনা ৰানাউতক ক্ষমা খুজিবলৈ আহ্বান জনাইছিল ৷ 7 জুলাইত ‘জাজমেণ্টেল হে ক্যা’ শিৰ্ষক ছবি খনৰ এটা গান উন্মোচনৰ সময় জাষ্টিন ৰাও নামৰ এজন সাংবাদিকৰ লগত বাকযুদ্ধত লিপ্ত হৈছিল কংগনা ৷ ইয়াৰ পিছতেই বালাজী টেলিফিল্মচ আৰু প্ৰযোজক একতা কাপুৰে টুইটাৰ যোগে ক্ষমা খোজে এণ্টাৰটেইনমেন্ট জাৰ্ণলিষ্ট গিল্ডেক ৷ ইয়াৰ পিছতেই এণ্টাৰটেইনমেন্ট জাৰ্ণলিষ্ট গিল্ডে তেওঁলোকৰ এই নিষেধাজ্ঞায়ে ছবিখনক কোনো ধৰণে ক্ষতি নকৰে বুলি জনাই যদিও কংগনায়ে নিজে ক্ষমা নুখোজালৈকে তেওঁৰ ওপৰত এই নিষেধাজ্ঞা অব্যাহত থাকিব বুলি জনাই ৷ 
noname.jpg
Last Updated : Jul 11, 2019, 7:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.