চিটাৰা ডেক্স, 19 ছেপ্তেম্বৰঃ শেষতীয়াকৈ অভিনেত্ৰী কংগনা ৰাণাৱটৰ আন এক টুইটে লাভ কৰিছে ব্যাপক চৰ্চা ৷ অভিনেত্ৰীগৰাকীয়ে অনুভৱ কৰে ভাৰতীয় ছবি উদ্যোগটোক ‘নেপোটিজিম’ আৰু ‘ড্ৰাগছ’ৰ লগতে কেইবাটাও সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰাৰ প্ৰয়োজন আছে ৷
অভিনেত্ৰী গৰাকীয়ে কয় যে, "আমি উদ্যোগটোক বহুকেইটা সন্ত্ৰাসবাদ যেনে- নেপ’টিজিম সন্ত্ৰাসবাদ, ড্ৰাগছ মাফিয়া সন্ত্ৰাসবাদ, লিংগ বৈস্যমতা সন্ত্ৰাসবাদ, সাম্প্ৰদায়িক আৰু আঞ্চলিক সন্ত্ৰাসবাদ, বিদেশী ছবিৰ সন্ত্ৰাসবাদ, পাইৰেছি সন্ত্ৰাসবাদ, শ্ৰমিকৰ শোষণৰ সন্ত্ৰাসবাদ, প্ৰতিভা শোষণৰ সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰাৰ প্ৰয়োজন আছে " ৷ 33 বৰ্ষীয় অভিনেত্ৰীগৰাকীৰ মতে নিজস্ব পৰিচয় থকা বিভিন্ন ৰাজ্যৰ ছবি উদ্যোগসমূহে সমূহীয়া স্বীকৃতি লাভ কৰিব লাগে ৷
-
We need to save the industry from various terrorists
— Kangana Ranaut (@KanganaTeam) September 19, 2020 " class="align-text-top noRightClick twitterSection" data="
1) Nepotism terrorism
2) Drug Mafia terrorism
3) Sexism terrorism
4) religious and regional terrorism
5) Foreign films terrorism
6) Piracy terrorism
7) Labourer’s exploitation terrorism
8) Talent exploitation terrorism
">We need to save the industry from various terrorists
— Kangana Ranaut (@KanganaTeam) September 19, 2020
1) Nepotism terrorism
2) Drug Mafia terrorism
3) Sexism terrorism
4) religious and regional terrorism
5) Foreign films terrorism
6) Piracy terrorism
7) Labourer’s exploitation terrorism
8) Talent exploitation terrorismWe need to save the industry from various terrorists
— Kangana Ranaut (@KanganaTeam) September 19, 2020
1) Nepotism terrorism
2) Drug Mafia terrorism
3) Sexism terrorism
4) religious and regional terrorism
5) Foreign films terrorism
6) Piracy terrorism
7) Labourer’s exploitation terrorism
8) Talent exploitation terrorism
কংগনাই আৰু কয়, ‘ডাব কৰা বেছিভাগ আঞ্চলিক ছবিয়ে ‘pan-India’ৰ মুক্তি লাভ নকৰে ৷ কিন্তু ইয়াৰ বিপৰীতে ডাব কৰা হলিউডৰ ছবিসমূহে মুখ্য ধাৰাৰ ৰিলিজ লাভ কৰে ৷ ই এক উদ্বোগজনক বিষয় ৷ ইয়াৰ কাৰণ হ’ল বেছিভাগ চিনেমা পৰ্দাৰ ওপৰত হিন্দী চিনেমাসমূহৰ একছেটিয়া অধিকাৰ আছে আৰু হলিউডৰ চলচ্চিত্ৰসমূহৰ বাবে তেওঁলোকে অনুপ্ৰেৰণাসমূলক কল্পনা তৈয়াৰ কৰি লৈছে ’ ৷
-
People’s perception that top film industry in India is Hindi film Industry is wrong. Telugu film industry has ascended itself to the top position and now catering films to pan India in multiple languages, many hindi films being shot in Ramoji Hydrabad 1/2 https://t.co/zB6wkJg1zX
— Kangana Ranaut (@KanganaTeam) September 19, 2020 " class="align-text-top noRightClick twitterSection" data="
">People’s perception that top film industry in India is Hindi film Industry is wrong. Telugu film industry has ascended itself to the top position and now catering films to pan India in multiple languages, many hindi films being shot in Ramoji Hydrabad 1/2 https://t.co/zB6wkJg1zX
— Kangana Ranaut (@KanganaTeam) September 19, 2020People’s perception that top film industry in India is Hindi film Industry is wrong. Telugu film industry has ascended itself to the top position and now catering films to pan India in multiple languages, many hindi films being shot in Ramoji Hydrabad 1/2 https://t.co/zB6wkJg1zX
— Kangana Ranaut (@KanganaTeam) September 19, 2020
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়কো টেগ কৰি পংগা অভিনেত্ৰীগৰাকীয়ে লিখিছে, "সমগ্ৰ দেশকে একত্ৰিত কৰাৰ ক্ষমতা ছবিসমূহৰ আছে কিন্তু ইয়াৰ বাবে আগতে আমি নিজস্ব পৰিচয় থকা উদ্যোগসমূহক একত্ৰিত কৰা প্ৰয়োজন ৷ এক অখণ্ড ভাৰতবৰ্ষৰ দৰে প্ৰথমে এই উদ্যোগসমূহক একত্ৰিত কৰাৰ প্ৰয়াস কৰক আৰু ইয়াৰ পিছতে আমি ছবি উদ্যোগটোক বিশ্বৰ ভিতৰতে প্ৰথম কৰি গঢ়ি তুলিবলৈ সক্ষম হ’ব" ৷ ইয়াৰ উপৰিও অভিনেত্ৰী গৰাকীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ‘সৰ্ববৃহৎ ফিল্মছিটি’ নিৰ্মাণৰ সিদ্ধান্তক আদৰণি জনায় ৷