ETV Bharat / sitara

10 জুনত আহি আছে আৰটিকেল 15ৰ গীত

author img

By

Published : Jun 9, 2019, 11:36 AM IST

চলচ্চিত্ৰখনৰ ট্ৰেইলাৰটো মুক্তি পোৱাৰ পৰা চলচ্চিত্ৰখনৰ বাবে আশাৰে বাট চাই আছে অনুৰাগীসকলে ৷

"আৰটিকেল 15" ৰ প্ৰথমটো গীত

নিউজ ডেক্স,9 জুনঃ কাইলৈ অৰ্থাৎ 10 জুন তাৰিখে মুক্তি পাব "আৰটিকেল 15"ৰ প্ৰথমটো গীত ৷ মুক্তি পাব আয়ুষ্মান খুৰাণা অভিনীত ছবি "আৰটিকেল 15" ৰ প্ৰথমটো গীত "চুৰু কৰে কিয়া" ।এই কথা টুইটাৰ যোগে প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ।

etv_assam
মুক্তি পাব আয়ুষ্মান খুৰাণা অভিনীত "আৰটিকেল 15" ৰ প্ৰথমটো গীত

এতিয়ালৈকে গীতটো কোনে গাইছে সেয়া নিশ্চিতকৈ জানিব পৰা হোৱা নাই যদিও অভিনেতাগৰাকীয়ে তেঁওৰ টুইটাৰ প'ষ্টটোত চিটাহ,দীপা আনকৃষ্ণণ,কাম ভাৰী আৰু স্পিট ফায়াৰৰ দৰে কেইবাজনো সংগীতশিল্পীক টেগ কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে , বেনাৰচ মিডিয়া ৱৰ্কচৰ এই চলচ্চিত্ৰখন মুক্তি পাব জুন মাহৰ 28 তাৰিখে । অনুৰাগীৰ বহু প্ৰত্যাশিত এই চলচ্চিত্ৰখনৰ নিৰ্দেশনা কৰিছে অনুভৱ সিনহাই ।

first song from article 15 will be out on june 10
10 জুন তাৰিখে মুক্তি পাব আয়ুষ্মান খুৰানা অভিনীত "আৰটিকেল ১৫" ৰ প্ৰথমটো গীত

চলচ্চিত্ৰখনৰ ট্ৰেইলাৰটো মুক্তি পোৱাৰ পৰা চলচ্চিত্ৰখনৰ বাবে আশাৰে বাট চাই আছে অনুৰাগীসকলে

নিউজ ডেক্স,৯ জুনঃ কালিলৈ অৰ্থাৎ 10 জুন তাৰিখে মুক্তি পাব "আৰটিকেল ১৫"ৰ  প্ৰথমটো গীত ৷  মুক্তি পাব আয়ুষ্মান খুৰানা অভিনীত ছবি "আৰটিকেল ১৫" ৰ  প্ৰথমটো গীত "চুৰু কৰে কিয়া" ।
এই কথা ইনষ্টাগ্ৰাম যোগে প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে । এতিয়ালৈকে গীতটো কোনে গাইছে সেয়া নিশ্চিতকৈ জানিব  পৰা  হোৱা নাই যদিও অভিনেতাগৰাকীয়ে তেঁওৰ ইনষ্টাগ্ৰাম প'ষ্টটোত চিটাহ,দীপা আনকৃষ্ণণ,কাম ভাৰী আৰু স্পিট ফায়াৰৰ দৰে কেইবাজনো সংগীতশিল্পীক টেগ কৰা পৰিলক্ষিত হৈছে ।
উল্লেখ্য যে , বেনাৰচ মিডিয়া ৱৰ্কচৰ এই চলচ্চিত্ৰখন মুক্তি পাব জুন মাহৰ ২৮ তাৰিখে । অনুৰাগীৰ বহু প্ৰত্যাশিত এই চলচ্চিত্ৰখনৰ নিৰ্দেশনা কৰিছে অনুভৱ সিনহাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.