ETV Bharat / sitara

'বধাই দো'ৰ দৃশ্যগ্ৰহণৰ আঁৰৰ ভিডিঅ' আৰু ফটো শ্বেয়াৰ কৰিলে ভূমি পেডনেকাৰে

ডেহৰাদুনত চলি থকা 'বধাই দো'ৰ দৃশ্যগ্ৰহণৰ আঁৰৰ ভিডিঅ' আৰু ফটো ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিলে অভিনেত্ৰী ভূমি পেডনেকাৰে ৷

author img

By

Published : Jan 3, 2021, 10:14 PM IST

'বধাই দো'ৰ দৃশ্যগ্ৰহণৰ আঁৰৰ ভিডিঅ' আৰু ফটো শ্বেয়াৰ কৰিলে ভূমি পেডনেকাৰে
'বধাই দো'ৰ দৃশ্যগ্ৰহণৰ আঁৰৰ ভিডিঅ' আৰু ফটো শ্বেয়াৰ কৰিলে ভূমি পেডনেকাৰে

চিটাৰা ডেস্ক, 3 জানুৱাৰী: ভূমি পেডনেকাৰ সম্প্ৰতি ব্যস্ত তেওঁৰ আহিবলগীয়া ছবি 'বধাই দো'ৰ দৃশ্যগ্ৰহণত ৷ ডেহৰাদুনত চলি থকা ছবিখনৰ দৃশ্যগ্ৰহণৰ আঁৰৰ ভিডিঅ' আৰু ফটো ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিলে অভিনেত্ৰী গৰাকীয়ে ৷

অভিনেত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰা ফটোসমূহত তেওঁক এখন কাৰত এখন মাস্ক পিন্ধি ‘#SumiDiaries’ and ‘#BadhaaiDo’ হেশ্বটেগেৰে লিখি দিয়া পৰিলক্ষিত হ'ল ৷ আন এখন ফটোত দৰ্শকে দেখিবলৈ পাইছে ত্ৰিৰংগাৰ পোহৰত ডেহৰাদুনৰ আটাইতকৈ বিখ্যাত ক্ল'ক টাৱাৰৰ দৃশ্য ৷

ভূমিয়ে শ্বেয়াৰ কৰা আন এক বুমেৰাং ভিডিঅ'ত ছবিখনৰ পৰিচালক হৰ্ষবৰ্ধন কুলকাৰ্নি, ফটো পৰিচালক স্বপ্নিল এছ. ছোনৱানে আৰু সহ-পৰিচালকক দেখিবলৈ পোৱা গৈছে ৷ অভিনেত্ৰী গৰাকীয়ে আন এটা ভিডিঅ'ও শ্বেয়াৰ কৰে, য'ত তেওঁক খোজকাঢ়ি থকা পৰিলক্ষিত হৈছিল Taba Chake ৰ 'Main Chala Shahar Se Door'ত অভিনয় কৰি থকা দেখা গৈছে ৷

লগতে পঢ়ক: মই ৰোমাণ্টিক যদিও আকৰ্ষণীয় নহয় : বিকী কৌশল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.