ETV Bharat / sitara

জে.এন.ইউ হিংসাৰ ওপৰত প্ৰতিক্ৰিয়া স্বৰা ভাস্কৰ আৰু পূজা ভাটৰ - নাগৰিকত্ব আইন সন্দৰ্ভত পূজা ভাট

বলীউড তাৰকা স্বৰা ভাস্কৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ছাত্ৰ আৰু শিক্ষকক প্ৰথমে লাঠীৰে তাৰ পিছত পাথৰ আৰু চোকা অস্ত্ৰৰে কৰা আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে কেম্পাছ গেটত সকলো জনসাধাৰণক একত্ৰিত হ'বৰ বাবে অনুৰোধ কৰে ইফালে অভিনেত্ৰী পূজা ভাটে নাগৰিকত্ব আইন সন্দৰ্ভত বিজেপি নেতাৰ দ্বাৰা আয়োজিত আলোচনা সন্দৰ্ভত সমালোচনাত্মক মন্তব্য প্ৰকাশ কৰে ৷

Swara and Puja Bhat JNU reaction
স্বৰা ভাস্কৰ আৰু পূজা ভাট
author img

By

Published : Jan 6, 2020, 5:43 PM IST

চিটাৰা ডেস্ক,6 জানুৱাৰীঃ জৱাহৰলাল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পন্ন কৰা বলীউড তাৰকা স্বৰা ভাস্কৰে টুইটযোগে এক ভিডিঅ' প্ৰকাশ কৰে,য'ত স্বৰা ভাস্কৰে দলবদ্ধ জনতাৰ ওপৰত হোৱা আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে কেম্পাছ গেটত সকলো জনসাধাৰণক একত্ৰিত হ'বৰ বাবে অনুৰোধ কৰে ৷

স্বৰা ভাস্কৰে টুইটাৰ যোগে এইদৰে প্ৰকাশ কৰে যে,"গুৰত্বপূৰ্ণ অনুৰোধ-সকলো দিল্লীবাসীয়ে বৃহৎ হাৰত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কেম্পাচৰ মেইন গেটৰ বাহিৰত বাবা গংগানাথ মাৰ্গত একত্ৰিত হওক,এ.বি.ভি.পি গুণ্ডা বাহিনীৰ দ্বাৰা চলি থকা আক্ৰমণ প্ৰতিহত কৰাৰ বাবে চৰকাৰ আৰু দিল্লী আৰক্ষীক জোৰ দিয়ক ৷ প্লীজ,প্লীজ, দিল্লীৰ সকলোকে শ্বেয়াৰ কৰক ৷"ইফালে , অভিনেত্ৰী পূজা ভাটে নাগৰিকত্ব আইন আলোচনা সন্দৰ্ভত বিজেপি নেতাৰ দ্বাৰা আয়োজিত নৈশ ভোজনত একত্ৰিত হোৱা বলীউড তাৰকাসকলক সমালোচনা ভৰা মন্তব্য প্ৰদান কৰে ৷

  • Urgent appeal!!!! To all Delhiites PLS gather in large numbers outside the Main Gate of JNU campus on Baba Gangnath Marg.. to pressure the govt. & #DelhiPolice to stop the rampage by alleged ABVP masked goons on JNU campus. PLS PLS share to everyone in Delhi!🙏🏿🙏🏿 9pm on 5th. Jan pic.twitter.com/IXgvvazoSn

    — Swara Bhasker (@ReallySwara) January 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

"ফেটাৰনেটীৰ সদস্য বুলি গণ্য কৰা সকলে আজি বিয়লি শাসকীয় দলটোৰ লগত বিচাৰ বিবেচনাৰ লগতে ভোজন কৰিব ৷ বিশ্বাস কৰা,তোমালোকে দেশজুৰি হৈ থকা হিংসা প্ৰতিহত কৰাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে সেই একে সময়তে এক সুস্বাদু ভোজনৰ অংশীদাৰো হ'বা,নিজৰ সহায় কৰি লোৱা ৷ " বুলি সমালোচনাত্মক মন্তব্য আগবঢ়ায় অভিনেত্ৰীগৰাকীয়ে ৷

  • To members of my supposed ‘fraternity’who were meant to opine & dine with the ruling party this evening-trust you implored them to curtail the violence unfolding across the nation.Or at the very least,as part of the ‘scrumptious’ meal on offer,help yourselves to some humble pie.

    — Pooja Bhatt (@PoojaB1972) January 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়কঃইটিভি ভাৰতৰ কাৰ্যালয় পৰিদৰ্শন চুপাৰষ্টাৰ ৰজনীকান্তৰ

Intro:Body:

Swara and Puja Bhat JNU reaction

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.