ETV Bharat / sitara

প্ৰয়াত স্বামী ইৰফান খানৰ বাবে আৱেগিক টোকা পত্নীৰ

ইৰফান খানৰ পত্নী সুতাপা শিকদৰে সামাজিক মাধ্যমত হৃদয় চুই যোৱা এক আৱেগিক টোকা তেওঁৰ প্ৰয়াত স্বামীৰ বাবে লিখিছে । লগতে ফেচবুকত তেওঁলোকৰ সুখৰ দিনৰ ফটো আপলোড কৰিছে ।

author img

By

Published : May 1, 2020, 10:05 AM IST

প্ৰয়াত স্বামী ইৰফান খানৰ বাবে আৱেগিক টোকা পত্নীৰ
প্ৰয়াত স্বামী ইৰফান খানৰ বাবে আৱেগিক টোকা পত্নীৰ

নিউজ ডেস্কঃ বলিউডৰ প্ৰয়াত অভিনেতা ইৰফান খানৰ পত্নী সুতাপা শিকদৰে এক আৱেগিক টোকা লিখে সামাজিক মাধ্যমত ।

ফেচবুকত নিজৰ প্ৰফাইল ফটোখন সলনি কৰি তেওঁ ইৰফান খানৰ সৈতে কটোৱা সুখৰ মুহূৰ্তৰ ফটো এখন ৰাখে আৰু তাত লিখে- "মই হেৰুওৱা নাই, মই প্ৰতিটো ধৰণে লাভ কৰিছো..."

" class="align-text-top noRightClick twitterSection" data="

I have not lost I have gained in every which way....

Posted by Sutapa Sikdar on Thursday, April 30, 2020
">

বহুতেই পষ্টটোত পতিক্ৰিয়া প্ৰকাশ কৰি খানৰ পত্নী আৰু তেওঁলোকৰ সন্তান বাবিল আৰু আয়নক সমবেদনা জনায় ।

সুতাপা আৰু ইৰফান লগ হৈছিল কলেজৰ দিনত, যেতিয়া তেওঁলোক দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য একাডেমীত পঢ়ি আছিল । তাৰ পাচতে তেওঁলোকৰ প্ৰেম হৈছিল আৰু 1995 চনত বিবাহ পাশত আবদ্ধ হৈছিল ।

ইৰফানে কৰ্কট ৰোগৰ সৈতে যুঁজি যুঁজি মুম্বাইৰ কোকিলা বেন ধিৰোভাই আম্বানি হাস্পতালত মাত্ৰ 54 বছৰ বয়সত 29 মাৰ্চত শেষ নিশ্বাস ত্যাগ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.