ETV Bharat / sitara

'পাঠান'ৰ দৃশ্যগ্ৰহণৰ প্ৰথম সূচী সমাপ্ত কৰিলে শ্বাহৰখ-দিপীকাই

author img

By

Published : Dec 26, 2020, 10:26 PM IST

আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই চৰ্চাত কিং খানৰ আগন্তুক ছবি 'পাঠান' । ছবিখনৰ দৃশ্যগ্ৰহণ শীঘ্ৰে সম্পূৰ্ণ কৰাত ব্যস্ত হৈ পৰিছে নিৰ্মাতা । গুজৱ উঠিছে যে, দৃশ্যগ্ৰহণৰ প্ৰথম সূচী সমাপ্ত কৰিছে অভিনেতাসকলে ।

'পাঠান'ৰ দৃশ্যগ্ৰহণৰ প্ৰথম সূচী সমাপ্ত কৰিলে শ্বাহৰখ-দিপীকাই
'পাঠান'ৰ দৃশ্যগ্ৰহণৰ প্ৰথম সূচী সমাপ্ত কৰিলে শ্বাহৰখ-দিপীকাই

চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ আগন্তুক ছবি 'পাঠান'ৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও এই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে । প্ৰাপ্ত তথ্য মতে, শ্বাহৰখ খান আৰু দিপীকা পাডুকণে ছবিখনৰ প্ৰথম সূচীৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছে ।

ৰেইজ, জব হেৰী মেট ছেজল, ফেন আৰু জিৰ'ৰ দৰে ধাৰাবাহিক ফ্লপ ছবিৰ পিছত এইবাৰ বি-টাউনত চৰ্চিত হৈ পৰিছে কিং খানৰ আগন্তুক ছবি 'পাঠান' । যশ ৰাজ ফিল্মছৰ দ্বাৰা নিবেদিত ছবিখনৰ দৃশ্যগ্ৰহণ যোৱা ২৪ ডিচেম্বৰত সম্পূৰ্ণ হয় । ২০ দিন ধৰি হোৱা দৃশ্যগ্ৰহণৰ ৫টা দিন দিপীকাই শ্বাহৰুখৰ সৈতে অভিনয় কৰে ।

কিছুদিন পূৰ্বে আঘাতপ্ৰাপ্ত হোৱা জন আব্ৰাহাম সুস্থ হৈ উঠিলে আৰু সত্যমেৱ জয়তে-২ৰ কাম শেষ হ'লে তেওঁ 'পাঠান'ৰ দৃশ্যগ্ৰহণ কৰিব । ছবিখনৰ দ্বিতীয় সূচীৰ দৃশ্যগ্ৰহণ আৰৱত হোৱাৰ সম্ভাৱনা আছে ।

ইয়াৰ বাবে দলটোৱে ২০২১ চনৰ জানুৱাৰী মাহত যাত্ৰা কৰিব । 'পাঠান'ত ১৫ মিনিটৰ বাবে অতিথি শিল্পীৰ ৰূপত দেখা যাব ছলমান খানক । আৰৱত দৃশ্যগ্ৰহণৰ সময়তে ছলমানেও দৃশ্যগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । চলিত বৰ্ষৰ নৱেম্বৰ মাহত যশ ৰাজ ষ্টুডিঅ'ৰ বাহিৰত শ্বাহৰুখ খানে তোলা এখন ফটো ভাইৰেল হোৱাৰ পিছতে 'পাঠান' ছবিৰ বিষয়ে বলীউড চৰ্চা আৰম্ভ হয় ।

লগতে পঢ়ক:আমিৰ খানৰ পাচত 'বিক্ৰম বেধা'ৰ ৰিমেকত ঋত্বিক ৰোচনৰ এন্ট্ৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.