ETV Bharat / sitara

বিশ্ব কেঞ্চাৰ দিৱস উপলক্ষ্যে মনৰ কথা ক'লে সোণালী, আয়ানে - জনপ্ৰিয় অভিনেত্ৰী সোণালী ব্ৰেণ্ডে

জনপ্ৰিয় অভিনেত্ৰী সোণালী বীন্দ্ৰে কেঞ্চাৰ সম্বন্ধে ক'লে বহু গুৰুত্বপূৰ্ণ কথা ৷ সোণালীৰ লগতে ইমৰাণ হাছমীৰ পুত্ৰ আয়ান হাছমীয়ে হৃদয় চুই যোৱা ভাষণেৰে উৎসাহিত কৰে কেঞ্চাৰত জৰ্জৰিত লোকসকলক ৷

Sonali, Ayaan speak their heart out on World Cancer Day
বিশ্ব কেঞ্চাৰ দিৱস উপলক্ষ্যে মনৰ কথা ক'লে সোণালী, আয়ানে
author img

By

Published : Feb 5, 2020, 5:29 PM IST

চিটাৰা ডেস্ক,5 ফেব্ৰুৱাৰীঃ অভিনেত্ৰী সোণালী বীন্দ্ৰে আৰু ইমৰাণ হাছমীৰ পুত্ৰ আয়ান হাছমী, দুয়োগৰাকীয়ে নিজৰ জীৱনত দুগৰাকী যোদ্ধা ৷ কেঞ্চাৰৰ দৰে ৰোগৰ সৈতে যুঁজ দিছে দুয়োগৰাকীয়ে ৷ মঙলবাৰে বিশ্ব কেঞ্চাৰ দিৱস উপলক্ষ্যে আয়োজিত হোৱা ৱৰ্ল্ড কেঞ্চাৰ দ্যেৰ বিশেষ অনুষ্ঠানত সোণালী বীন্দ্ৰে কেঞ্চাৰৰ আনুবংশিক পৰীক্ষণৰ বিষয়ে বহুখিনি কথাই সদৰী কৰে ৷ লগতে আয়ানেও হৃদয় চুই যোৱা ভাষণেৰে উৎসাহিত কৰে কেঞ্চাৰত জৰ্জৰিত লোকসকলক ৷ সোণালীয়ে কয়, "কেঞ্চাৰৰ এটা ডাঙৰ অংশক মই মানুহৰ ওচৰত ৰেখাপাত কৰিব বিচাৰো ৷ কেঞ্চাৰৰ আনুবংশিক পৰীক্ষণ কৰিব লাগে ৷ কোনো ব্যক্তিৰ পৰিয়ালত কাৰোবাৰ কেঞ্চাৰ থাকিলে তেওঁ পৰীক্ষণ কৰালে অধিক তথ্য পোৱাৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হ'ব ৷ যি সমাজ,সমুদায়ক সামগ্ৰিক ৰূপত সহায় কৰিব ৷"

"কেঞ্চাৰ যদিও যথেষ্ট ভয়ানক ৰোগ হয় কিন্তু কেঞ্চাৰে মোক বহুত কিবা কিবি শিকাইছে ৷ কেঞ্চাৰে শিকালে কেনেকৈ মানুহে শক্তিশালী, সুখী হোৱাৰ লগতে জীৱনৰ আনন্দ ল'ব পাৰে ৷ মই প্ৰথমে ভয় খাইছিলো যেতিয়া মই গম পাইছিলো যে মোৰ কেঞ্চাৰ হৈছে ৷ কেঞ্চাৰ ভাল হ'ব পাৰে ৷ নিজৰ মানসিকতা সলনি কৰাৰ লগতে প্ৰয়োজন মাত্ৰ ভাল চিকিৎসাৰ ৷ "এনেদৰে সকলোকে নিজৰ ভাষ্যৰ জৰিয়তে উৎসাহিত কৰিলে 10 বছৰীয়া আয়ানে ৷

বিশ্ব কেঞ্চাৰ দিৱস উপলক্ষ্যে মনৰ কথা ক'লে সোণালী, আয়ানে

সোণালী বীন্দ্ৰেৰ হাই গ্ৰেণ্ড কেঞ্চাৰৰ চিকিৎসা চলিছিল নিউইয়ৰ্ক চহৰত ৷ লাখ লাখ অনুৰাগীয়ে সোণালীক এই ৰোগ নিৰাময়ৰ ক্ষেত্ৰত যথেষ্ট প্ৰেৰণা দিছিল ৷ ইফালে 2014 চনত তিনি বছৰ বয়সতে আয়ানৰ কিডনী কেঞ্চাৰৰ দৰে মাৰাত্মৰ ৰোগৰ কথা ধৰা পৰিছিল ৷

লগতে পঢ়কঃজুবিন গাৰ্গে দিয়া গৰিমা গাৰ্গৰ আটাইতকৈ ভাললগা উপহাৰটো কি?

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.