ETV Bharat / sitara

'কুলী নং 1' ৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী

ছবিখনৰ সমূহ কলা-কুশলীয়ে প্ৰধানমন্ত্ৰী মোডীৰ 'প্লাষ্টিক ফ্ৰী ইণ্ডিয়া' সহযোগ কৰাৰ বাবেই বৰুণ ধাৱন আৰু ছাৰা আলী খান অভিনীত ছবিখনৰ প্ৰশংসা কৰে মোডীয়ে ৷ ছবিখনত প্লাষ্টিক বটলৰ ব্যৱহাৰৰ সলনি ধাতুৰ বটল ব্যৱহাৰ কৰি প্ৰশংসা বুটলিছে ছবি অনুৰাগীৰ ৷

'কুলী নং 1' ৰ প্ৰশংসাত পঞ্চমুখ প্ৰধান মন্ত্ৰী
author img

By

Published : Sep 12, 2019, 10:44 PM IST

নিউজ ডেস্ক, 12 চেপ্তেম্বৰঃ বলিউড ছবি নিৰ্মাতা ডেভিদ ধাৱনৰ ' কুলী নং 1' ছবিৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ছবিখনৰ সমূহ কলা-কুশলীৰ ফটো টুইটাৰত শ্বেয়াৰ কৰি উৎসাহিত কৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

ছবিখনৰ সমূহ কলা-কুশলীয়ে প্ৰধানমন্ত্ৰী মোডীৰ 'প্লাষ্টিক ফ্ৰী ইণ্ডিয়া' সহযোগ কৰাৰ বাবেই বৰুণ ধাৱন আৰু ছাৰা আলী খান অভিনীত ছবিখনৰ প্ৰশংসা কৰে মোডীয়ে ৷ ছবিখনত প্লাষ্টিক বটলৰ ব্যৱহাৰৰ সলনি ধাতুৰ বটল ব্যৱহাৰ কৰি প্ৰশংসা বুটলিছে ছবি অনুৰাগীৰ ৷

নৰেন্দ্ৰ মোডী
'কুলী নং 1' ৰ প্ৰশংসাত পঞ্চমুখ প্ৰধান মন্ত্ৰী

লগতে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা বৰুণ ধাৱনে টুইটাৰযোগে সমূহ দেশবাসী তথা অনুৰাগীক প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনায় ৷ টুইটাৰ অভিনেতা গৰাকীয়ে লিখে যে, 'ধন্যবাদ দীপশিখা দেশমুখ আৰু জেকী ভগনানী ৷ 'কুলী নং 1' ছবিখনৰ দৃশ্য গ্ৰহণৰ সময়ত এবাৰো প্লাষ্টিক ব্যৱহাৰ নকৰাৰ বাবে অশেষ ধন্যবাদ আপোনালৈ ৷'

Intro:Body:

Kuli Number 1  tweet by Modi

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.