নিউজ ডেস্ক, ১১ মাৰ্চ: বলিউদৰ জ্যেষ্ঠ অভিনেতা ঋষি কাপুৰে ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ বৃদ্ধি পোৱা তিক্ততাৰ ওপৰত মন্তব্য আগবঢ়াইছে । বলিষ্ঠ মন্তব্যৰ বাবে সততে পৰিচিত ঋষি কাপুৰে কয়-পাকিস্তানে সন্ত্ৰাসবাদৰ শিপা উভালি পেলোৱাত ভাৰতৰ সৈতে হাত মিলোৱা উচিত ।
বৰ্তমান নিউয়ৰ্কত চিকিৎসাৰ বাবে থকাঅভিনেতাগৰাকীয়ে টুইটাৰৰ জৰিয়তে এই মন্তব্য কৰে ।