ETV Bharat / sitara

চি.বি.আই তদন্তৰ দাবী সুশান্তৰ পিতৃৰ - চি.বি.আই তদন্তৰ দাবী সুশান্তৰ পিতৃৰ

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা ঘটনাৰ চি.বি.আই তদন্তৰ দাবী কৰিছে সুশান্তৰ পিতৃয়ে ৷ সুশান্তৰ অনুৰাগী আৰু বহু বলীউড তাৰকাৰ পিছত সুশান্তৰ পিতৃ কে.কে সিঙে নিজৰ পুত্ৰৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে ৷ সম্প্ৰতি তেওঁ টুইট যোগে চি.বি.আই তদন্ত দাবী কৰিছে ৷

now sushant father demands CBI inquiry into his death
পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি চি.বি.আই তদন্তৰ দাবী সুশান্তৰ পিতৃৰ
author img

By

Published : Jul 4, 2020, 6:53 PM IST

চিটাৰা ডেস্ক,4 জুলাইঃ দেশবাসীক জোঁকাৰি থৈ গৈছিল বলীউডৰ প্ৰসিদ্ধ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৱে ৷ তেওঁৰ এই আত্মহত্যা ঘটনাৰ চি.বি.আই তদন্তৰ দাবীৰে সৰৱ হৈ উঠিছে তেওঁৰ অনুৰাগী, বহু সহকৰ্মী আৰু আত্মীয় ৷

  • आज मेरे बेटे सुशांत की आत्मा रो रही है।
    और CBI जांच की मांग कर रही है।😥😥

    — K.K Singh (@K_KSingh_) July 4, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ মাজতে শেহতীয়াকৈ সুশান্তৰ পিতৃ কৃষ্ণ কুমাৰ সিঙে টুইটাৰ যোগে পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰিছে ৷ সম্প্ৰতি তেওঁ সমগ্ৰ ঘটনাৰ চি.বি.আই তদন্তৰ দাবী কৰিছে ৷

তেওঁ দুখতে লিখিছে," आज मेरे बेटे सुशांत की आत्मा रो रही है। और CBI जांच की मांग कर रही है।"

ইয়াৰ দ্বাৰা তেওঁ যে, সমগ্ৰ ঘটনাৰ চি.বি.আই তদন্ত বিচাৰিছে সেই কথাই প্ৰতিফলিত হৈছে ৷ তেওঁ টুইটটো প্ৰকাশ কৰাৰ পিছতে বিভিন্নজনে প'ষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃঅষ্টম মৃত্যুবাৰ্ষিকীত হীৰুদালৈ শ্ৰদ্ধাৰ্ঘ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.