ETV Bharat / sitara

ইন্দোৰত লোহৰী উদযাপন কৰিলে বিকী কেটৰিণাই

author img

By

Published : Jan 14, 2022, 11:18 AM IST

বিয়াৰ পিছত প্ৰথমবাৰলৈ একেলগে উৎসৱ-পাৰ্বণত ভাগ লৈছে বিকী-কেটৰিণাই (Katrina Kaif Vicky Kaushal celebrate their first Lohri) ৷ ইন্দোৰত দুয়ো একেলগে উদযাপন কৰিলে লোহৰী, যি স্থানত বৰ্তমান বিকীয়ে তেওঁৰ আহিবলগীয়া এখন ছবিৰ শ্বুটিঙত ব্যস্ত হৈ আছে ৷ চাওঁচোন আহক নৱদম্পতীৰ লোহৰী উদযাপনৰ কেইখনমান বিশেষ ফটো...

lohri
ইন্দোৰত লোহৰী উদযাপন কৰিলে বিকী কেটৰিণাই

চিটাৰা ডেস্ক, 14 জানুৱাৰী : কেটৰিণাৰ বাবে এইবছৰৰ অতিকৈ বিশেষ এটা উৎসৱ কি বুলি কবলৈ গ’লে, সেইয়া হ’ব লোহৰী ৷ যিহেতু স্বামী বিকী কৌশলৰ সৈতে কেটৰিণাই একেলগে উদযাপন কৰিছে এই উৎসৱ ৷ বিয়াৰ পিছত নৱ-বিবাহিত বিকি-কেটৰিণাই পৰিয়ালৰ পৰা আঁতৰি বিকীৰ চিত্ৰগ্ৰহণ হৈ থকা এখন ছবিৰ শ্বুট্ং স্থলী ইন্দোৰত পালন কৰিলে লোহৰী ৷

Lohri Celebration

শুকুৰবাৰে কেটৰিণাই ইন্ষ্টাগ্ৰাম ষ্টোৰীত Lohri Celebration ৰ কেইখনমান ফটো দি পুনৰ অনুৰাগীক দৃষ্টি আকৰ্ষণ কৰে ৷

কেটৰিণাই পোষ্ট কৰা ফটো কেইখনত দুয়োকে যথেষ্ট উৎফুল্লিত হৈ থকা দেখিবলৈ পোৱা গৈছে ৷ ৰঙা চেলৱাৰ চুট আৰু ক’লা ৰঙৰ জেকেটেৰে বিকীৰ দুবাহুত কেটৰিণাৰ উজ্জল চেহেৰাই সকলোকে মোহিত কৰিছে ৷ আনহাতে বিকীক দেখা গ’ল আৰামদায়ক athleisure পোছাকত ৷

ফটোসমূহত দুয়ো কেৱল ইজনে আনজনতেই মগ্ন যেন অনুভৱ হয় ৷

বিকীয়েও নিজৰ ইন্ষ্টাগ্ৰামত "Happy Lohri." কেপছনেৰে কেটৰিণাৰ কান্ধত হাত ৰাখি থিয় হৈ থকা লোহৰী উদযাপনৰ ফটো এখন আপলোড কৰে ৷ লোহৰীত VicKat এ সুন্দৰকৈ Bonefire ৰ আমেজ লোৱা দেখা গৈছে ৷

লগতে পঢ়ক : "Hopeless Romantic" ৰণবীৰে পত্নী দীপিকাৰ ফটোত দিলে এই কমেণ্ট...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.