চিটাৰা ডেস্ক,9 এপ্ৰিলঃ ধীমে ধীমে , ক'কা ক'লা টু ৰ দৰে গীতৰ জনপ্ৰিয় গায়ক ট'নি কক্কৰৰ আজি জন্মদিন ৷ জন্মদিনৰ দিনা তেওঁৰ ভগ্নী তথা বলীউডৰ জনপ্ৰিয় গায়িকা নেহা কক্কৰে ছ'চিয়েল মিডিয়া যোগে ভাতৃৰ বিশেষ দিনৰ শুভকামনা জ্ঞাপন কৰে ৷ নেহাই ইনষ্টাগ্ৰামযোগে ট'নি কক্কৰৰ সৈতে একেলগে উঠা বহুকেইখন ফটো শ্বেয়াৰ কৰে ৷ দুয়োৰে ফটোকেইখন যথেষ্ট পচন্দ কৰিছে অনুৰাগীসকলে ৷ লগতে ট'নি কক্কৰক জন্মদিনৰ শুভকামনা জনাই দুয়োৰে অনুৰাগীসকলে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
নেহা কক্কৰৰ দ্বাৰা শ্বেয়াৰ কৰা এই প'ষ্টটো বৰ্তমানলৈকে 9 লাখ 32 হাজাৰ 514 জন মানুহে পচন্দ কৰিছে ৷ জনাই থওঁ যে, জন্মদিন উপলক্ষ্যে বৃহস্পতিবাৰে বিয়লি 3 বজাত টিকটক যোগে লাইভ আহিব কন্ঠশিল্পীগৰাকী ৷
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে পঢ়কঃলক ডাউনঃ এইবাৰ ৰঙালীয়ে ৰং সানিব নোৱাৰে শিল্পীৰ জীৱনত