ETV Bharat / sitara

Mouni Roy and Suraj Nambiar wedding: অৱশেষত বিয়াত বহিল মৌনী ৰয়

ইতিমধ্যে মৌনী ৰয়ৰ বিবাহৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ প্ৰেমিক সুৰজ নামবিয়াৰ সৈতে গোৱাত এক অনুষ্টুপীয়া অনুষ্ঠানত বিবাহ পাশত আৱদ্ধ হ’ল হট গাৰ্ল মৌনা ৰয় (Mouni Roy ties knot with beau Suraj Nambia) ৷ মালায়লী প্ৰথাৰে বিয়াত বহে মৌনী আৰু সুৰজ (Mouni Suraj Malayali wedding ritual) ৷

author img

By

Published : Jan 27, 2022, 3:54 PM IST

Mouni Roy ties knot with beau Suraj Nambiar
অৱশেষত বিয়াত বহিল মৌনী ৰয়

চিটাৰা ডেস্ক, 27 জানুৱাৰী : এটি হ’ল দুখন হৃদয় ৷ বৃহস্পতিবাৰৰ পুৱা সুৰজ নামবিয়াৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল মৌনী (Mouni Roy ties knot with beau Suraj Nambia) ৷ গোৱাত নিজৰ পৰিয়াল বৰ্গৰ উপস্থিতিত যুগ্ম জীৱনৰ পাতনি মেলিলে প্ৰেমিক যুগলে ৷

ইতিমধ্যেই তেওঁলোকৰ বিয়াৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ ফটোবোৰ চাই এখন সপোন সপোন যেন লগা বিয়া কেৱল নিজৰ আত্মীয়ৰ উপস্থিতিত অনুষ্ঠিত কৰা হৈছে বুলি অনুমান কৰিব পাৰি ৷ সমান্তৰালকৈ মালায়লী প্ৰথাৰে বিবাহ কাৰ্য সম্পন্ন হোৱাৰ কথাও স্পষ্ট হৈ পৰিছে ৷

বেংগলী বিউটি মৌনী ৰয়ক বিয়াৰ সাজত সাংঘাটিক আকৰ্ষণীয় দেখা গৈছে ৷ ৰঙা পাৰীৰ এখন শাৰীৰ লগতে গধুৰ সোণৰ গহণা পৰিধান কৰিছে মৌনীয়ে ৷ আনহাতে মালয়ালী পৰিয়ালৰ সুৰজে মটিয়া ৰঙৰ এটা কুৰ্তা এখন বগা ধুটিৰ লগত পৰিধান কৰিছে ৷ দৰা-কইনা সাজত দুয়োয়ে সকলোৰে দৃষ্টি কাঢ়িছে (Mouni Suraj Malayali wedding ritual) ৷

মৌনী ৰয়ৰ ঘনিষ্ঠ অৰ্জুন বিজলানী, মন্দিৰা বেদী, মনমিত সিং আৰু আসকা গোৰাডিয়াই এই বিয়াত উপস্থিত থাকি দুয়োকে শুভেচ্ছা যাচে ৷

লগতে পঢ়ক: Sutapa Remembering Irrfan Khan: অৱশেষত পত্নীয়ে ক্ষমা কৰিলে ইৰফান খানক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.