ETV Bharat / sitara

Lata Mangeshka is in Critical Condition: কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি

author img

By

Published : Feb 5, 2022, 3:04 PM IST

Updated : Feb 5, 2022, 4:11 PM IST

8 জানুৱাৰীত ক’ভিড-19 ত আক্ৰান্ত হোৱাত মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল "মেলডী কুইন" লতা মংগেশকাৰক ৷ আজি আকৌ তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটাত বৰ্তমান ভেণ্টিলেছনত ৰখা হৈছে কিংবদন্তী গায়িকা গৰাকীক (Lata Mangeshka is in Critical Condition) ৷

কোকিলকণ্ঠী গায়িকা লতা মাংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি
কোকিলকণ্ঠী গায়িকা লতা মাংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি

চিটাৰা ডেস্ক, 5 ফ্ৰেব্ৰুৱাৰী : ক’ৰণাত আক্ৰান্ত হোৱাৰে পৰা চিকিৎসাধীন হৈ আছে সংগীত জগতৰ ভোটাতৰাস্বৰূপ লতা মাংগেশকাৰ ৷ সাধাৰণ লক্ষণেৰে 8 জানুৱাৰীত গায়িকা গৰাকীৰ দেহত ক’ভিড-19 ৰ উপস্থিতি ধৰা পৰিছিল ৷

বৰ্তমানে শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত ভেণ্টিলেছনত ৰখা হৈছে গায়িকা গৰাকীক (Lata Mangeshkar shifted to ventilation) ৷ 92 বৰ্ষীয় গায়িকা গৰাকীক ডাঃ প্ৰতীত চামদানি আৰু তেওঁৰ টীমে চোৱাচিতা কৰি আছে ৷

লগতে পঢ়ক: Lata Mangeshkar tests covid positive : মেলডী কুইন লতা মংগেশকাৰ কৰ’ণাত আক্ৰান্ত

Last Updated : Feb 5, 2022, 4:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.