ETV Bharat / sitara

হিজাবৰ পক্ষত নাই, কিন্তু গুণ্ডাগিৰি মানি নলও: জাভেদ আখতাৰ - জাভেদ আখতাৰ হিজাবৰ পক্ষত নাই

কৰ্ণাটকৰ বোৰ্খা বিতৰ্কত জাভেদ আখতাৰে যুৱতীৰ দল এটাক ভয় খুৱাবলৈ চেষ্টা কৰি থকা গুণ্ডাগিৰিক তীব্ৰ সমালোচনা কৰিছে ৷ লগতে কৈছে যে তেওঁ হিজাবৰ পক্ষত নাই (Javed Akhtar on hijab row) ৷

hijab
হিজাবৰ পক্ষত নাই, কিন্তু গুণ্ডাগিৰি মানি নলও: জাভেদ আখতাৰ
author img

By

Published : Feb 11, 2022, 9:54 PM IST

চিটাৰা ডেস্ক, 11 ফ্ৰেব্ৰুৱাৰী: প্ৰবীণ চিত্ৰনাট্যকাৰ-গীতিকাৰ জাভেদ আখতাৰে বৃহস্পতিবাৰে সামাজিক মাধ্যমৰ জৰিয়তে কয় যে, তেওঁ কেতিয়াও হিজাব বা বোৰ্খাৰ সমৰ্থন কৰা নাই ৷ কৰ্ণাটকত হিজাব পিন্ধা যুৱতীসকলক "ভয় খুৱাবলৈ" চেষ্টা কৰা সকলক তেওঁ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে (Javed Akhtar on hijab row) ।

  • I have never been in favour of Hijab or Burqa. I still stand by that but at the same time I have nothing but deep contempt for these mobs of hooligans who are trying to intimidate a small group of girls and that too unsuccessfully. Is this their idea of “MANLINESS” . What a pity

    — Javed Akhtar (@Javedakhtarjadu) February 10, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

কৰ্ণাটকৰ কিছু কিছু অংশত হিজাবৰ সপক্ষে আৰু বিপক্ষে প্ৰতিবাদ তীব্ৰতৰ হৈছে । উল্লখ্য যে, শিক্ষানুষ্ঠানলৈ বোৰ্খা পৰিধান কৰি অহা ছাত্ৰীক প্ৰৱেশত বাধা দিয়াত এই বোৰ্খা বিতৰ্কৰ সূত্ৰপাত ঘটে ৷ ইয়াৰ পিছতেই দক্ষিণৰ ৰাজ্যখনৰ চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ বাবে এক নিৰ্ধাৰিত সাজ-পোছাক বাধ্যতামূলক কৰাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে কিছুমান ঠাইত হিংসাত্মক ঘটনা ঘটে ।

  • Secular people like me have the right to oppose burqa n hijab ( we have always done that) but not those who themselves have saffron shawls on their shoulders .Aren’t they of the same ideology that caused violence against Hindu girls in Manglore for having coffee in a restaurant.

বিজেপি পৰিচালিত চৰকাৰখনে উক্ত হিংসাত্মক ঘটনাবোৰৰ বাবে শিক্ষা-প্ৰতিষ্ঠানসমূহৰ বাবে তিনিদিনৰ বন্ধ ঘোষণা কৰিছিল । জাভেদ আখতাৰে টুইট কৰি এই সন্দৰ্ভত দিলে নিজৰ মত ৷

লগতে পঢ়ক: Shamshera teaser:চাৰি বছৰৰ পিছত পুনৰ পৰ্দালৈ ৰণবীৰ কাপুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.