ETV Bharat / sitara

কল্ডপ্লে'ৰ খ্ৰীষ্ট মাৰ্টিনৰ টুইট, শ্বাহৰুখৰ প্ৰতিক্ৰিয়া

জনপ্ৰিয় ব্ৰিটিছ ৰক বেণ্ড কল্ডপ্লে'ৰ মুখ্য কন্ঠশিল্পী খ্ৰীছ মাৰ্টিনে বেণ্ডৰ টুইটাৰ একাউন্টৰ জৰিয়তে শ্বাহৰুখ খানৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰিছে । টুইটৰ প্ৰতিক্ৰিয়া হিচাপে বলিউদৰ কিং খানে কয় যে, "আপোনাক আৰু ভাৰতীয় সংগীত পঠাম । বহুত আন্তৰিকতা আৰু সুস্বাস্থ্য কামনা কৰিলো" ।

CHRIST MARTIN TWEETS
author img

By

Published : Mar 12, 2019, 2:45 PM IST

নিউজ ডেস্ক, ১২ মাৰ্চ: জনপ্ৰিয় ব্ৰিটিছ ৰক বেণ্ড কল্ডপ্লে'ৰ মূখ্য কন্ঠশিল্পী খ্ৰীছ মাৰ্টিনে বেণ্ডৰ টুইটাৰ একাউন্টৰ জৰিয়তে শ্বাহৰুখ খানৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰিছে । খ্ৰীছে শুনি থকা সংগীতৰ এটা নোট শ্বেয়াৰ কৰি লিখে, "শ্বাহৰুখ খান ফৰেভাৰ" ।

ETV BHARAT
CHRIST MARTIN TWEETS

এই টুইটৰ প্ৰতিক্ৰিয়া হিচাপে বলিউদৰ কিং খানে কয় যে, "আপোনাক আৰু ভাৰতীয় সংগীত পঠাম । বহুত আন্তৰিকতা আৰু সুস্বাস্থ্য কামনা কৰিলো" ।

PHOTO.jpg
COLDPLAY'S CHRIST MARTIN TWEETS, SRK RESPONDS

কল্ডপ্লে'ৰ খ্ৰীষ্ট মাৰ্টিনৰ টুইট, শ্বাহৰুখৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, ১২ মাৰ্চ: জনপ্ৰিয় ব্ৰিটিছ ৰক বেণ্ড কল্ডপ্লে'ৰ মূখ্য কন্ঠশিল্পী খ্ৰীছ মাৰ্টিনে বেণ্ডৰ টুইটাৰ একাউন্টৰ জৰিয়তে শ্বাহৰুখ খানৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰিছে । খ্ৰীছে শুনি থকা সংগীতৰ এটা নোট শ্বেয়াৰ কৰি লিখে, "শ্বাহৰুখ খান ফৰেভাৰ" । 

এই টুইটৰ প্ৰতিক্ৰিয়া হিচাপে বলিউদৰ কিং খানে কয় যে, "আপোনাক আৰু ভাৰতীয় সংগীত পঠাম । বহুত আন্তৰিকতা আৰু সুস্বাস্থ্য কামনা কৰিলো" । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.