ETV Bharat / sitara

ছট্টিশগড় আৰু মধ্যপ্ৰদেশত কৰমুক্ত হ'ল বহুল চৰ্চিত ছবি চপ্পক - মধ্যপ্ৰদেশত কৰমুক্ত হ'ল বহুল চৰ্চিত ছবি চপ্পক

ছট্টিশগড় আৰু মধ্যপ্ৰদেশত কৰ মুক্ত ছবি হিচাপে ঘোষণা কৰা হয় দীপিকা পাডুকন অভিনীত চপ্পক ছবিখন ৷ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমলনাথ আৰু ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে নিজৰ টুইটাৰ একাউন্টযোগে ঘোষণা কৰে এই কথা ৷

Chhapaak declared tax-free in Madhya Pradesh and Chhattisgarh
ছট্টিশগড় আৰু মধ্যপ্ৰদেশত কৰমুক্ত হ'ল বহুল চৰ্চিত ছবি চপ্পক
author img

By

Published : Jan 9, 2020, 9:06 PM IST

নেশ্বনেল ডেস্ক, 9 জানুৱাৰীঃ মধ্যপ্ৰদেশ আৰু ছট্টিশগড়ত কৰমুক্ত ছবি হিচাপে ঘোষণা কৰা হয় শুকুৰবাৰে মুক্তি পাবলগীয়া অভিনেত্ৰী দীপিকা পাডুকন অভিনীত বহুচৰ্চিত চপ্পক কথাছবিখন ৷ এচিড আক্ৰমণৰ বলি হোৱা মহিলা লক্ষ্মী আগৰৱালাৰ জীৱন কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছে কথাছবিখন ৷

  • दीपिका पादुकोण अभिनीत ऐसिड अटैक सर्वाइवर पर बनी फ़िल्म “
    छपाक “ जो 10 जनवरी को देश भर के सिनेमाघरों में रिलीज़ हो रही है , को मध्यप्रदेश में टैक्स फ़्री करने की घोषणा करता हूँ।
    1/2

    — Office Of Kamal Nath (@OfficeOfKNath) January 9, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটাৰ যোগে এই কথা ঘোষণা কৰে মধ্যপ্ৰদেশ আৰু ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ক্ৰমে, কমলনাথ সিং আৰু ভূপেশ বাঘেলে ৷ দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে সামাজিক মানসিকতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক কৰমুক্ত ঘোষণা কৰাৰ লগতে সপৰিয়ালে কথাছবিখন উপভোগ কৰিবলৈ আহ্বান জনাইছে ৷

  • समाज में महिलाओं के ऊपर तेजाब से हमले करने जैसे जघन्य अपराध को दर्शाती एवं हमारे समाज को जागरूक करती हिंदी फिल्म "छपाक" को सरकार ने छत्तीसगढ़ प्रदेश में टैक्स फ्री करने का निर्णय लिया है।

    आप सब भी सपरिवार जाएं, स्वयं जागरूक बनें और समाज को जागरूक करें।

    — Bhupesh Baghel (@bhupeshbaghel) January 9, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

মেঘনা গুলজাৰৰ দ্বাৰা পৰিচালিত বহুল চৰ্চিত ছবিখনে সকলো বাধা নেওচি ইতিমধ্যে সম্পূৰ্ণ ৰূপে সাজু হৈছে শুকুৰবাৰে ছবিগৃহত মুক্তিৰ বাবে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.