আজাৰা,14 ফেব্ৰুৱাৰীঃ সৰুসজাইত অনুষ্ঠিত হ'বলগীয়া ফিল্মফেয়াৰ অনুষ্ঠানত অংশ ল'বলৈ শুকুৰবাৰে বিমানযোগে আহি উপস্থিত হৈছে ইজনৰ পিছত সিজন তাৰকা । মাধুৰী দীক্ষিত, কৰণ জোহৰ , বৰুণ ধাৱান, ৰণবীৰ সিং, বিকি কৌশল,কাৰ্তিক আৰিয়ানকে ধৰি কেইবাগৰাকী তাৰকা উপস্থিত হয় বৰঝাৰ বিমানবন্দৰত । বিমানবন্দৰত উপস্থিত হৈয়ে যথেষ্ট সুখী বুলি মন্তব্য কৰে তাৰকাসকলে । বিমানবন্দৰৰ পৰা পোনে পোনে আটাইকেইজন বি-টাউনৰ তাৰকা ৰাওনা হয় হোটেল ৰেডিছন ব্লুলৈ ।
লগতে পঢ়কঃকাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড