ETV Bharat / sitara

নিজৰ জন্মদিনটোত কি প্ৰাৰ্থনা কৰিছে ভূমি পেডনেকাৰে?

ভূমি পেডনেকাৰে উদযাপন কৰিছে নিজৰ 31 সংখ্যক জন্মদিন ৷ এই বিশেষ দিনটোত অভিনেত্ৰীগৰাকীয়ে প্ৰাৰ্থনা কৰিছে COVID-19 ৰোগৰ সমাধানৰ বাবে ৷ তেওঁ প্ৰাৰ্থনা কৰিছে যাতে সোনকালে COVID-19 ভেকছিন উদ্ভাৱন হয় ৷

author img

By

Published : Jul 18, 2020, 7:55 PM IST

Bhumi padnekar birthday wish is a vaccine for Covid-19
ভূমি পেডনেকাৰ

চিটাৰা ডেস্ক,18 জুলাইঃ বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ 31 সংখ্যক জন্মদিন ৷ জন্মদিনৰ বিশেষ ক্ষণত বিশেষ প্ৰাৰ্থনা কৰিছে অভিনেত্ৰী গৰাকীয়ে ৷

Bhumi padnekar birthday wish
ভূমি পেডনেকাৰ

ভূমিয়ে ছ'চিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰে জন্মদিন উদযাপনৰ ফটো ৷ লগতে তেওঁ লিখে, "এই বছৰৰ জন্মদিনটোত মোৰ এইটোৱে প্ৰাৰ্থনা যে যি সকল লোক ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত হৈছে, সকলো লোকেই এই কঠিন সময়ৰ বাবে অসুৰক্ষিত অনুভৱ কৰিছে , তেওঁলোকে সকাহ পাওক, সুখ পাওক আৰু COVID-19ৰ সমাধান বা ভেকছিন লাভ কৰক ৷"

লগতে এই বিশেষ ক্ষণত তেওঁৰ প্ৰতিজন অনুৰাগী তথা শুভাকাংক্ষীক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়কঃসুশান্তৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত আদিত্য চোপ্ৰাৰ বিবৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.