ETV Bharat / science-and-technology

Amazon alexa: এতিয়াৰে পৰা আমাজন এলেক্সাত শুনিব পাৰিব Live cricket commentary scores

author img

By

Published : Oct 30, 2022, 8:33 PM IST

এতিয়া ভাৰ্চুৱেল এচিষ্টেণ্ট এলেক্সাৰ পৰা অফিচিয়েল লাইভ ক্ৰিকেট কমেণ্টৰী আৰু স্ক’ৰ লাভ কৰিব পাৰিব । টি-২০ বিশ্বকাপ ২০২২ৰ(T20 World cup) উত্তেজনাৰ মাজতে এই ঘোষণা কৰিছে আমাজনে ৷ ব্যৱহাৰকাৰীয়ে ডিভাইচটোৰ পৰা শেহতীয়া মেচৰ তথ্য যেনে সূচী, স্ক’ৰ, দলৰ শ্বীট আৰু খেলুৱৈৰ পৰিসংখ্যা বিচাৰিব পাৰে ।

Amazon alexa voice service increased . alexa live cricket commentary . alexa cricket scores live on alexa .
এতিয়াৰে পৰা আমাজন এলেক্সাত শুনিব পাৰিব live cricket commentary scores

নেশ্যনেল ডেস্ক, 30 অক্টোবৰ: টি-২০ বিশ্বকাপ ২০২২ৰ(T20 World cup) উত্তেজনাৰ মাজতে আমাজনে ঘোষণা কৰিছে যে এতিয়া ভাৰ্চুৱেল এচিষ্টেণ্ট এলেক্সাৰ(Amazon Alexa )পৰা অফিচিয়েল লাইভ ক্ৰিকেট কমেণ্টৰী(alexa cricket commentary) আৰু স্ক’ৰ লাভ কৰিব পাৰিব(live cricket commentary scores) ।

আমাজনে কয় যে, ব্যৱহাৰকাৰীয়ে ডিভাইচটোৰ পৰা শেহতীয়া মেচৰ তথ্য যেনে সূচী, স্ক’ৰ, দলৰ শ্বীট আৰু খেলুৱৈৰ পৰিসংখ্যা বিচাৰিব পাৰে । ইকো স্মাৰ্ট স্পীকাৰ, ফায়াৰ টিভি, এলেক্সা মোবাইল এপ, এমাজন শ্বপিং এপ (এণ্ড্ৰইড)কে ধৰি বিভিন্ন ডিভাইচত এই দক্ষতা বিনামূলীয়াকৈ উপলব্ধ ৷ ব্যৱহাৰকাৰীসকলে টিউন কৰিবলৈ মাত্ৰ ক’ব লাগিব ‘এলেক্সা লাইভ ক্ৰিকেট কমেণ্টৰী আৰম্ভ’(Alexa start live cricket commentary) ।

ইয়াৰ উপৰিও ইয়াৰ সহায়ত মেচৰ বাবে সোঁৱৰাই দিয়া ব্যৱস্থা স্থাপন কৰিব পাৰি আৰু প্ৰিয় দলৰ ফিক্সচাৰৰ খবৰ ৰাখিব পাৰি । আমাজনে কয় যে, এলেক্সাই বিগত মেচৰ তথ্য ব্যৱহাৰ কৰি বৰ্তমান চলি থকা মেচসমূহ বিশ্লেষণ কৰি প্ৰত্যাশিত বিজয়ী, ইনিংছৰ স্ক’ৰ আৰু বহুতো কথা ক’ব পাৰে(Amazon Alexa voice service in Hindi) ।

শেহতীয়াকৈ কোম্পানীটোৱে জনোৱা মতে, যোৱা এবছৰত হিন্দী ভাষাত এমাজন এলেক্সালৈ অনুৰোধৰ সংখ্যা ৫২ শতাংশতকৈ অধিক বৃদ্ধি পাইছে ।ভাৰতৰ গ্ৰাহকে এদিনত লাখ লাখ বাৰ হিন্দী আৰু হিংলিছ ভাষাত Amazon Alexa voice service ৰ সৈতে যোগাযোগ কৰি সংগীত, তথ্য, ক্ৰিকেটৰ স্ক’ৰ, স্মাৰ্ট হোম কণ্ট্ৰ’ল, এলাৰ্ম/ৰিমাইণ্ডাৰ আদি স্থাপন কৰিছিলAmazon Alexa voice service ।

ইয়াৰ পূৰ্বে এটা প্ৰতিবেদনত কোৱা হৈছে যে, এই বছৰ স্মাৰ্ট হোম ডিভাইচৰ বিশ্বব্যাপী ইনষ্টল বেছ দুই বিলিয়ন ডিভাইচ অতিক্ৰম কৰিছে । প্ৰতিবেদন অনুসৰি ২০২১ চনত স্মাৰ্ট স্পীকাৰৰ বিশ্বব্যাপী চালান সৰ্বাধিক ১৯৫ মিলিয়ন হৈছিল, তাৰ পিছতে আছে লাইটিং, প্লাগ/চুইচ আৰু সংযুক্ত স্বাস্থ্য সঁজুলি ।

লগতে পঢ়ক: Apple's announcement: শীঘ্ৰেই USB Type-C প’ৰ্টৰ সৈতে মুকলি হ'ব iPhoneৰ নতুন মডেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.