ETV Bharat / lifestyle

খুমটাই চিনাতলীৰ এগৰাকী দিব্যাংগ শিল্পী গোপাল কাকতি - GOPAL KAKOTI

জন্মান্ধ শিল্পী গৰাকীয়ে সৰু কালৰে পৰাই পৰিৱেশন কৰি আহিছে লোকগীত, টোকাৰী গীত৷ কিন্তু শিল্পীগৰাকীয়ে বৰ্তমানেও পোৱা নাই কোনো ৰাজ সাহাৰ্য শিল্পী পেঞ্চন

খুমটাই চিনাতলীৰ এগৰাকী দিব্যাংগ শিল্পী গোপাল কাকতি
author img

By

Published : May 8, 2019, 11:46 PM IST

খুমটাই, 8 মে': ৰাজসাহাৰ্য অবিহনে জীৱন অতিবাহিত কৰা এগৰাকী দিব্যাংগ শিল্পী খুমটাই চিনাতলিৰ গোপাল কাকতি। জন্মান্ধ শিল্পী গৰাকীয়ে সৰু কালৰে পৰাই পৰিৱেশন কৰি আহিছে লোকগীত, টোকাৰী গীত ৷ কিন্তু শিল্পীগৰাকীয়ে বৰ্তমানেও পোৱা নাই কোনো ৰাজ সাহাৰ্য বা শিল্পী পেঞ্চন।

খুমটাই চিনাতলীৰ এগৰাকী দিব্যাংগ শিল্পী গোপাল কাকতি

২০বছৰ ধৰি বৰদোৱাতে অস্থায়ী ভাৱে থিতাপি লোৱা শিল্পীগৰাকীয়ে দৰ্শনাথীৰ দানেৰেই জীৱন অতিবাহিত কৰি আহিছে ৷ জীৱনৰ শেষ কালছোৱাত গৃহহীন কাকতিয়ে এটি স্থায়ী গৃহ নিৰ্মাণ কৰি দিয়াৰ লগতে শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনাইছে চৰকাৰক ৷

Intro:কোনে শুনে কাৰ বিননি। ৰজাঘৰীয়াৰ অনাদৰেৰে জীৱন অতিবাহিত কৰা দিব্যাংগ শিল্পী খুমটাই চিনাতলিৰ গোপাল কাকতি। জন্মান্ধ এই শিল্পী গৰাকীয়ে একেধাৰে সৰু কালৰে পৰা লোকগীত, টোকাৰী গীত পৰিৱেশন কৰি আহিছে।Body:তৎপায্যপূৰ্ণ যে টোকাৰী, লোকগীত বাদ্য পৰিবেশনত সিদ্ধহস্ত কাকতিদেৱে অদ্যাপি পোৱা নাই কোনো ৰাজ সাহায্য বা শিল্পী পেঞ্চন। আজি ২০বছৰ ধৰি অসমৰ তীৰ্থ নগৰী বৰদ্ৰোৱাতে অস্থায়ী ভাবে থিতাপি লোৱা কাকতিদেৱে সএ দৰ্শনাথীৰ দানেৰে জীৱন অতিবাহিত কৰি আহিছে। গৃহ হীন কাকতিদেৱে আজিও অপেক্ষা কৰিছে এটি স্থায়ী গৃহ আৰু শিল্পী পেঞ্চন।Conclusion:Byte- শিল্পী গৰাকীৰ
Byte- স্থানীয় ব্যক্তি

খুমটাইৰ পৰা দিপক হাজৰিকাৰ প্ৰতিবেদন।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.