ETV Bharat / jagte-raho

চিৰাঙত আঠবছৰীয়া শিশুক ধৰ্ষণ, আৰক্ষীৰ জালত ধৰ্ষণকাৰী - কন্যা শিশু ধৰ্ষণ

শুকুৰবাৰে সন্ধিয়া এগৰাকী আঠ বছৰীয়া তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰি পলাতক অৱস্থাত আছিল জীৱন ছেত্ৰী (৪৪) নামৰ লোকজন ৷ দেওবাৰে নিশা নিৰ্যাতিত ছাত্ৰীগৰাকীৰ পৰিয়ালে জীৱন ছেত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল শান্তিপুৰ আৰক্ষী চকীত । গোচৰ ৰুজু কৰাৰ পিচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জীৱন ছেত্ৰীক

চিৰাঙত আঠবছৰীয়া শিশুক ধৰ্ষণ, আৰক্ষীৰ জালত ধৰ্ষণকাৰী
author img

By

Published : Jun 3, 2019, 5:56 PM IST

চিৰাং, 3 জুনঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত দেউশ্ৰীৰ বৰ্মনপাৰাত পুনৰ পোহৰলৈ আহিছে কন্যা শিশু ধৰ্ষণৰ ঘটনা ৷ দেওবাৰে নিশাৰ ভাগত পোহৰলৈ অহা এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি শুকুৰবাৰে সন্ধিয়া আঠ বছৰীয়া তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰি পলাতক অৱস্থাত আছিল জীৱন ছেত্ৰী (৪৪) নামৰ অভিযুক্ত ৷ পৰৱৰ্তী সময়ত স্থানীয় একাংশ প্ৰভাৱশালী লোকৰ হতুৱাই মাত্ৰ তিনি হেজাৰ টকাৰ জৰিমনাৰে সমগ্ৰ ঘটনাটো লুকুৱাবলৈ চেষ্টা চলাইছিল যদিও আক্ৰাছুৰ একাংশ সদস্যই পোহৰলৈ আনে এই সমগ্ৰ ঘটনা ৷

চিৰাঙত আঠবছৰীয়া শিশুক ধৰ্ষণ, আৰক্ষীৰ জালত ধৰ্ষণকাৰী

উল্লেখ্য যে, আক্ৰাছুৰ সহযোগত দেওবাৰে নিশা নিৰ্যাতিত কন্যাৰ পৰিয়ালে জীৱন ছেত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল শান্তিপুৰ আৰক্ষী চকীত । গোচৰ ৰুজু কৰাৰ পিচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰুণীখাতা থানালৈ লৈ আহে অভিযুক্ত জীৱন ছেত্ৰীক । দেউশ্ৰী বৰ্মনপাৰাৰ এই শিশু ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাত ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ কাৰণ ধাৰাবাহিকভাৱেই অঞ্চলটোত পোহৰলৈ আহিছে এটাৰ পিচত আনটো শিশু ধৰ্ষণৰ ঘটনা ৷

আৰু পঢ়কঃ দৰঙৰ খাৰুপেটীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড

Slug : As_Chg_3rd_jun_805 & 806_Chirang_minor_rape_accused_arrest_viz__Abdul_Maleque_Ahmed .

Send by ftp. 

চিৰাঙত পোহৰলৈ এটাৰ পিচত আনটো নাবালিকা ধৰ্ষন কাণ্ড ।  সভ্য সমাজক লজ্জানত কৰি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলৰ ৰুণীখাতা থানাৰ অন্তৰ্গত  শান্তিপুৰ আৰক্ষী চকীৰ দেউশ্ৰীৰ বৰ্মনপাৰাত পুণৰ শিশু ধৰ্ষণ ঘটনা সংঘটিত হৈছে। জীৱন ছেত্ৰী (৪৪)  নামৰ এজন নৰপিচাসে এগৰাকী আঠ বছৰীয়া কিশোৰী তথা তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । কালি নিশাৰ ভাগত পোহৰলৈ অহা এই শিশু ধৰ্ষণৰ ঘটনাক কেন্দ্ৰ কৰি সীমান্তৰ দেউশ্ৰী অঞ্চলৰ ৰাইজৰ মাজত তিব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।  প্ৰাপ্ত তথ্য অনুসৰি যোৱা শুকুৰবাৰে সন্ধিয়াৰ ভাগত এই জঘন্য ঘটনা সংঘটিত কৰি অপৰাধী জীৱন ছেত্ৰীয়ে পলায়ন কৰিছিল। পৰৱৰ্তী সময়ত স্থানীয় একাংশ প্ৰভাৱশালী পালিনেতাৰ  হতুৱাই সমগ্ৰ ঘটনাটো মাত্ৰ তিনি হেজাৰ টকাৰ জৰিমণাৰে শিশু ধৰ্ষনৰ জাৱতীয় ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল যদিও স্থানীয়  ছাত্ৰ সংগঠন আক্ৰাছুৰ গোটে  সমগ্ৰ ঘটনাটো পোহৰলৈ আনে। তাৰ পিচতে কালি নিশাৰ ভাগত নিৰ্যাতিত শিশু কন্যা গৰাকী ৰ পৰিয়ালৰ লোকে জীৱন ছেত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল শান্তিপুৰ আৰক্ষী চকীত । লগে লগে নিশাই অভিযুক্ত জীৱন ছেত্ৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰুণীখাতা থানাত লৈ আহে । দেউশ্ৰী বৰ্মনপাৰাৰ এই শিশু ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাত এলেকাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কাৰন শিশু ধৰ্ষনৰ ঘটনা চিৰাঙত সম্প্ৰতি ধাৰাবাহিক ভাৱেই হবলৈ লৈছে । চাৰিদিন পুৰ্ব্বে ৰুনিখাতাতে আন এক শিশু ধৰ্ষনৰ ঘটনা সংঘটিত হৈছিল । 

  এই ঘটনাৰ পিচতে ৰুনিখাতা থানা আৰক্ষীয়ে  শিশু ধৰ্ষন প্ৰতিৰোধী আইনৰ ৯ নং ধাৰা আৰু ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৩৪১/৩৫৪/৩৭৬/৫১১ মতে ৰুনিখাতা থানাত ৩১/১৯ নং গোচৰ পঞ্জিয়ন কৰি শিশু ধৰ্ষনকাৰী জীৱন ছেত্ৰীক আদালতত হাজিৰ কৰাই আজি জেল হাজোতলৈ প্ৰেৰন কৰিছে ।

বাইট : স্থানীয় আক্ৰাছু কৰ্মি । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.