ETV Bharat / jagte-raho

ধুবুৰী-বঙাইগাঁও সীমান্তৰ ঝাউকুৰাত যুৱকৰ মৃতদেহ উদ্ধাৰ

নামনি অসমৰ ধুবুৰী-বঙাইগাঁও সীমান্তত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ ৷ অঞ্চলটোৰ ঝাউকুৰাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহটো ৷

ধুবুৰী-বঙাইগাঁও সীমান্তৰ ঝাউকুৰাত যুৱকৰ মৃতদেহ উদ্ধাৰ
ধুবুৰী-বঙাইগাঁও সীমান্তৰ ঝাউকুৰাত যুৱকৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Dec 19, 2020, 5:28 PM IST

পূৱ বিলাসীপাৰা, ১৯ ডিচেম্বৰ : শনিবাৰে ধুবুৰী-বঙাইগাঁৱ সীমান্তৱৰ্তী ঝাউকুৰাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় । চম্পাৱতী নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ । মৃত যুৱকজনৰ নাম নিপু দে বুলি জানিব পৰা গৈছে । মৃত যুৱকজনৰ ঘৰ চাপৰৰ শিঙাৰপাকত বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে । চম্পাৱতী নৈৰ কাষেদি ফুৰিবলৈ গৈ হঠাৎ নৈত পিছলি পৰে যুৱকজন । সেই সময়ত ঘটনাস্থলীত কোনো নথকাৰ বাবে যুৱকজনে আকস্মিকভাবে মৃত্যুক সাবটি ল'ব লগা হয় । যুৱকজনৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক : মুম্বাই-আহমেদাবাদৰ মাজত চলিবলগীয়া বুলেট ট্ৰেইনৰ প্ৰথমখন আলোকচিত্ৰ প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.