ETV Bharat / jagte-raho

বাইহাটাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ; পলাতক অভিযুক্ত

author img

By

Published : Sep 11, 2019, 2:48 PM IST

বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত দ্বিগুনপাৰ গাঁৱত উদ্ধাৰ নৱজাতকৰ মৃতদেহ । ঘৰৰ পিচফালৰ বাৰীৰ বাঁহৰ তলৰ পৰা কমলপুৰ আৰক্ষীয়ে খান্দি উলিয়ালে নৱজাতকটিৰ মৃতদেহ । বৰ্তমান পলাতক অভিযুক্ত ৷

বাইহাটাত উদ্ধাৰ নব জাতকৰ মৃতদেহ

কামৰূপ,11ছেপ্টেম্বৰঃ ৰাজ্যত পুনৰ ভূলুন্ঠিত মানৱতা । বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত দ্বিগুনপাৰ গাঁৱত উদ্ধাৰ নৱজাতকৰ মৃতদেহ । সমাজৰ অপবাদৰ পৰা ৰক্ষা পাবলৈ মাটিত পুতি থলে এটি নৱজাতকৰ মৃতদেহ ।

বাইহাটাত উদ্ধাৰ নব জাতকৰ মৃতদেহ

ঘটনা অনুসৰি, কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আঠগাঁৱৰ যুৱক পংকজ ডেকাৰ লগত দ্বিগুনপাৰ গাঁৱৰে এগৰাকী যুৱতীৰ গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক । পৰৱৰ্তী সময়ত প্ৰেমৰ পৰিণতি স্বৰূপে যুৱতীগৰাকী গৰ্ভৱতী হয় । এই কথা গম পাই পিতৃত্বৰ বোজাৰ পৰা হাত সাৰিবলৈ পংকজ ডেকা নামৰ যুৱকজনে নিজে মৃত সন্তানটি বাৰীৰ পিচফালে পুতি থৈ উধাও হয় । পাচত সমগ্ৰ ঘটনা পৰিয়ালৰ লোকে গম পাই কমলপুৰ আৰক্ষী থানাত পংকজ ডেকাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিত কমলপুৰ আৰক্ষীয়ে মাটিত পুটি থোৱা অৱস্থাত নৱজাতক শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে ৷ উল্লেখ্য যে, অভিযুক্ত পংকজ ডেকা বৰ্তমান পলাতক অৱস্থাত আছে ৷

Intro:Baihata Kamalpur Aboidha Santan
Anchor:---মানব সমাজক ভূ লুন্ঠিত কৰাা এক ঘটণাা । বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত দ্বিগুনপাৰ (লেজা) গাৱত উদ্ধাৰ নব জাতকৰ মৃতদেহ । ঘৰৰ পিচফালৰ বাৰীৰ বাহৰ তলৰ পৰা কমলপুৰ আৰক্ষীয়ে খান্দি উলিয়ালে নব জাতকৰ মৃতদেহ ।

V/O:---সমাজৰ গ্লানি অপবাদৰ পৰা ৰক্ষা পাবলৈ মাটি পুটি থলে এটি নবজাতকৰ মৃতদেহ । ঘটণাটো বাইহাটা চাৰিআলিৰ সমীপবৰ্তী কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দ্বিগুনপাৰ (লেজা ) গাৱত । একেখন আৰক্ষী থানাৰে অন্তৰ্গত আঠগাৰ যুৱক পঙ্কজ ডেকাৰ লগত গঢ়ি উঠিছিল প্ৰেম -ভালপোৱাৰ । দুয়োৰে মাজত গঢ়ি উঠা ভালপোৱাৰ সম্পৰ্কই পিচলৈ পৰিনত হৈছিল শাৰীৰিক সম্পৰ্কত । যাৰ পৰিনতিত যুৱকী গৰাকীয়ে অবৈধ ভাবে গৰ্ভাবতী হৈছিল । এই কথা গম পায় পঙ্কজে গৰ্ভপাত হবৰ বাবে বিভিন্ন ধৰনৰ ঔষধ খুৱাই দিছিল যুৱতী গৰাকীক । পঙ্কজৰ কথামতে যুৱতী গৰাকীয়ে ঔষধ খোৱাৰ ফলতে জন্ম হয় এটি মৃত শিশু । অবৈধ পিতৃ মাতৃৰ বোজা যাতে বহন কৰিব নালাগে তাৰ পৰা হাত সাৰিবলৈ পঙ্কজে নিজে আহি মৃত সন্তনটি বাৰীৰ পিচফালে নি মাটিত পুটি থৈ উধাও হয় । ঘৰৰ বাকীবোৰ সদস্যই এই কথা গম পায় কমলপুৰ আৰক্ষী থানাত পঙ্কজ ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰ । সেই এজাহাৰৰ ভিত্তিত কমলপুৰ আৰক্ষীয়ে মাটিত পুটি থোৱা অৱস্থাত নবজাত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে আৰু পঙ্কজ গ্ৰেপ্তাৰৰ বাবে অভিযানত নামি পৰে । বৰ্তমানো পলাতক অৱস্থাত পঙ্কজ ডেকা ।
বাইট:----
বাইট:----Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.