ETV Bharat / jagte-raho

ড্ৰাগছৰ বাবে চুৰিকাণ্ডত লিপ্ত আমিনগাঁৱৰ যুৱক

author img

By

Published : Jun 8, 2019, 3:23 PM IST

আমিনগাঁও আৰক্ষীৰ জালত পৰে মন্দিৰত চুৰিকাণ্ড সংঘটিত কৰিবলৈ যোৱা এটা চোৰ ৷ ড্ৰাগছ ক্ৰয় কৰিবলৈ এনেদৰে চুৰিকাণ্ড সংঘটিত কৰিবলৈ অহা বুলি স্বীকাৰ ৰাজু দাস নামৰ চোৰটোৰ ৷

etv bharat

আমিনগাঁও, 8 মে’: ৰাজ্যত বাঢ়িছে ড্ৰাগছৰ ভয়াৱহতা ৷ ড্ৰাগছত আসক্ত হৈ দিনক দিনে বৃদ্ধি পাইছে যুৱক-যুৱতীসকলে দুষ্কৰ্মত লিপ্ত হোৱাৰ প্ৰৱণতা ৷ শেহতীয়াকৈ, আমিনগাঁও আৰক্ষীৰ জালত পৰে মন্দিৰত চুৰিকাণ্ড সংঘটিত কৰিবলৈ যোৱা এটা চোৰ ৷ ড্ৰাগছ ক্ৰয় কৰিবলৈ এনেদৰে চুৰিকাণ্ড সংঘটিত কৰিবলৈ অহা বুলি স্বীকাৰ ৰাজু দাস নামৰ চোৰটোৰ ৷

ড্ৰাগছৰ বাবে চুৰিকাণ্ড আমিনগাঁৱৰ যুৱকৰ

আমিনগাঁও, 8 মে’: ৰাজ্যত বাঢ়িছে ড্ৰাগছৰ ভয়াৱহতা ৷ ড্ৰাগছত আসক্ত হৈ দিনক দিনে বৃদ্ধি পাইছে যুৱক-যুৱতীসকলে দুষ্কৰ্মত লিপ্ত হোৱাৰ প্ৰৱণতা ৷ শেহতীয়াকৈ, আমিনগাঁও আৰক্ষীৰ জালত পৰে মন্দিৰত চুৰিকাণ্ড সংঘটিত কৰিবলৈ যোৱা এটা চোৰ ৷ ড্ৰাগছ ক্ৰয় কৰিবলৈ এনেদৰে চুৰিকাণ্ড সংঘটিত কৰিবলৈ অহা বুলি স্বীকাৰ ৰাজু দাস নামৰ চোৰটোৰ ৷

ড্ৰাগছৰ বাবে চুৰিকাণ্ড আমিনগাঁৱৰ যুৱকৰ
*SLUG= AMINGAON THIEF FOR DRUGS*


SCRIPT= ড্ৰগছৰ কৱলত আমিনগাওঁ । ভূতনাথৰ পৰা আমিনগাঁৱলৈ ড্ৰাগছৰ ভয়ংকৰ জাল । ড্ৰাগছৰ বাবে ভয়াৱহ চুৰি কাণ্ড। আন্ধাৰ হ'লেই ড্ৰাগছৰ বাবে চুৰিকাণ্ডত নামি পৰে একাংশ যুৱক । আমিনগাওঁ আৰক্ষী চকীত ড্ৰাগছ আসক্ত যুৱক । দৈনিক ২০০০ টকাৰ জোৰা মাৰিবলৈ ভয়ংকৰ দুষ্কাৰ্যত নামি পৰে এই সকল যুৱক ।  বাইকৰ পৰা মন্দিৰ চুৰি কৰিবলৈকেও কুন্ঠাবোধ নকৰে এই সকল ড্ৰাগছ আসক্তই । ড্ৰাগছৰ বাবে মন্দিৰ চুৰি কৰা এনে এজন দুৰ্বিত্বক আটক আমিনগাওঁ আৰক্ষী চকীৰ । এই যুৱকজনলৈ মন কৰক নাম এওঁৰ ৰাজু দাস বৰ্তমান আমিনগাওঁ আৰক্ষীৰ জালত পৰিছে এই যুৱকজন । নিশা হ'লেই আন্ধাৰ নামিলেই ভয়ংকৰ হৈ উঠে এই যুৱকজনৰ কাৰ্য-কলাপ । নামঘৰ, মন্দিৰৰ পৰা মানুহৰ বাসগৃহলৈ সকলোতে চলাই চাফাই অভিযান । ড্ৰাগছৰ এটা সৰু কন্টেনাৰৰ বাবে নিজৰ জীৱনক তুচ্য কৰি সংঘটিত কৰে চুৰি কাৰ্য । যুৱকজনৰ চাঞ্চল্যকৰ ভাষ্য । কেৱল তেওঁই নহয় ইতিমধ্যে বহু যুৱক যুৱতীয়ে কৱলত পৰিছে ড্ৰাগছৰ ।= BYTE.

ইফালে ড্ৰাগছ আসক্ত যুৱকজনকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে আমিনগাওঁত । ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠা ড্ৰাগছৰ অবৈধ ঘাটি সমূহ উৎখাত কৰিবলৈ সক্ষম হ'বনে আৰক্ষী ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.