ETV Bharat / international

worlds first autonomous electric container ship : পৰিবহণৰ বাবে সাজু বিশ্বৰ প্ৰথমখন বৈদ্যুতিক জাহাজ - পৰিবহণৰ বাবে সাজু বিশ্বৰ প্ৰথমখন বৈদ্যুতিক জাহাজ

পৰিবহণৰ বাবে সাজু বিশ্বৰ প্ৰথমখন বৈদ্যুতিক জাহাজ(worlds first autonomous electric container ship) ৷ য়াৰা বিৰ্কেলেণ্ড(Yara Birkeland) নামৰ 80 মিটাৰ দীঘল (87 গজ) জাহাজখন ৰাজহুৱাকৈ প্ৰদৰ্শন কৰা হয় শুকুবাৰৰ দিনটোত ৷

worlds-first-autonomous-electric-container-ship-yara-debuts-release
য়াৰা বিৰ্কেলেণ্ড
author img

By

Published : Nov 21, 2021, 11:39 AM IST

নিউজ ডেস্ক, 21 নৱেম্বৰ : বিশ্বৰ প্ৰথমখন সম্পূৰ্ণ বৈদ্যুতিক আৰু স্ব-ষ্টিয়েৰিংযুক্ত কণ্টেইনাৰ জাহাজ(worlds first autonomous electric container ship) পৰিবহণৰ বাবে সাজু ৷ নৰৱেৰ দক্ষিণ উপকূলত যাত্ৰা কৰিবলৈ সৰ্বতো প্ৰকাৰে সাজু কৰি তোলা হৈছে জাহাজখনক ৷

worlds-first-autonomous-electric-container-ship-yara-debuts-release
পৰিবহণৰ বাবে সাজু বিশ্বৰ প্ৰথমখন বৈদ্যুতিক জাহাজ

বিগত শুকুৰবাৰে য়াৰা বিৰ্কেলেণ্ড(Yara Birkeland) নামৰ 80 মিটাৰ দীঘল (87 গজ) জাহাজখন মুকলি কৰা হয় ৷ জাহাজখনে প্ৰতি বছৰে 1,000 টন কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব, যি প্ৰায় 40,000 ডিজেল চালিত যাত্ৰাৰ সমান ৷ পৰিৱেশৰ প্ৰদূষণ ৰোধ কৰাত জাহাজখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷

উক্ত জাহাজখনত অত্যাধুনিক প্ৰযুক্তি সন্নিৱিষ্ট কৰা হৈছে ৷ জাহাজখনে ইয়াৰ কাৰ্গো লোড আৰু অফলোড কৰিব ৷ তদুপৰি চালক অবিহনে চলিব পৰা জাহাজখনত বেটাৰি নিজে নিজে চাৰ্জ হ’ব ৷ মুকলিৰ পিছৰে পৰা জাহাজখনে সপ্তাহত দুবাৰকৈ যাত্ৰা কৰিব ৷

লগতে চাওক: ভাৰত চীন সীমান্তৰ টাৱাঙত মুকলি হ’ল ছবি গৃহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.