ETV Bharat / international

বাকিংহাম পেলেচত বগা কাপোৰৰে জিলিকিল মেলানীয়া ট্ৰাম্প

বগা কাপোৰ পৰিধান কৰি চৰ্চালৈ আহিছে আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প ৷ তেওঁ বগা ৰঙৰ স্কাৰ্ট চুট এযোৰ পৰিধান কৰিছিল ৷

বাকিংহাম পেলেচত বগা কাপোৰৰে জিলিকিল মেলানীয়া ট্ৰাম্প
author img

By

Published : Jun 4, 2019, 3:49 PM IST

নতুন দিল্লী, 4 জুন: ৰাণী এলিজাবেথক লগ ধৰিবলৈ যাওঁতে বগা কাপোৰ পৰিধান কৰি চৰ্চালৈ আহিছে আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প ৷ তেওঁ বগা ৰঙৰ স্কাৰ্ট চুট এযোৰ পৰিধান কৰিছিল ৷

বাকিংহাম পেলেচত বগা কাপোৰৰে জিলিকিল মেলানীয়া ট্ৰাম্প

লগতে পঢ়ক: শিক্ষাৰ্থীৰ অভাৱত বন্ধ চৰকাৰী বিদ্যালয়

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী আৰু তেওঁৰ পত্নীক বাকিংহাম পেলেচলৈ আদৰণি জনাইছিল ৰাণী এলিজাবেথ, প্ৰিঞ্চ চাৰ্লচ আৰু কৰ্ণৱালৰ ডাচে্চ কামিলায়ে ৷ বাকিংহাম পেলেচত আমেৰিকাৰ ফাৰ্ষ্ট লেডীৰ েই অনন্য ৰূপে সৰব্ত্ৰ চৰ্চা লাভ কৰিছে ৷

New Delhi, June 04 (ANI): The First Lady Melania Trump captured the attention at Buckingham Palace on her visit to meet the Queen. She wore an elegant white skirt suit with navy detailing as she arrived at Buckingham Palace to meet the Queen. She paired the dress with a navy blue belt and heels, as well as a wide brimmed hat, which also had a navy trim. Fashion experts termed Melania Trump's look similar to British Actress Audrey Hepburn. The President and the First Lady of the United States arrived at Buckingham Palace this morning where they were met by the Queen, Prince Charles, and Camilla, Duchess of Cornwall.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.