ETV Bharat / international

আজি বিশ্ব পৰিৱেশ দিৱস !!

2019বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয় বস্তু হৈছে ‘BEAT AIR POLLUTION’ আৰু এই বিষয়ৰ আঁত ধৰোতা দেশ হৈছে চীন ৷

আজি বিশ্ব পৰিৱেশ দিৱস !!
author img

By

Published : Jun 5, 2019, 8:26 AM IST

নিউজ ডেস্ক, 5 জুন: আজি সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস ৷ বিশ্বৰ পৰিৱেশ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদে 1974ত প্ৰথম বাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন কৰিছিল ৷ 2019 বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয় বস্তু হৈছে ‘BEAT AIR POLLUTION’ আৰু এই বিষয়ৰ আঁতধৰোতা দেশ হৈছে চীন ৷ বছৰি প্ৰায় 143 খন দেশে অংশগ্ৰহণ কৰা এই দিনটো 1972 চনত ষ্টকহ'মত অনুষ্ঠইত হোৱা মানৱ পৰিৱেশ শীৰ্ষক সন্মিলনত ঘোষণা কৰা হৈছিল ৷

লগতে পঢ়ক: AN 32ৰ সন্ধানত নামিছে নৌ-সেনাৰ P-8l আৰু ৰিছাট উপগ্ৰহ

1974ৰ পৰা প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি আহিছে বিশ্ব সম্প্ৰদায়ে ৷ 1987 ৰ পৰা বিভিন্ন দেশক বিশ্ব পৰিৱেশ দিৱসৰ আঁতধৰোতা হিচাপেও বাচনি কৰি আহিছে ৷

নিউজ ডেস্ক, 5 জুন: সমগ্ৰ বিশ্বত 5 জুনৰ দিনা উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ৷ বিশ্ব পৰিৱেশ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদে 1974ত প্ৰথম বাৰৰ বাবে বিশ্ব পৰিবেশ দিৱসৰ উদযাপন কৰা হৈছিল ৷ 2019 বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয় বস্তু হৈছে ‘BEAT AIR POLLUTION’ আৰু এই বিষয়ৰ আতধৰেতা দেশ হৈছে চীন ৷ বছৰী প্ৰায় 143 খন দেশে অংসগ্ৰহণ কৰা এই দিনটো 1972 চনৰ স্তকহ্লোম কনফাৰেঞ্চ অন হিউমেন এনভাইৰেমেন্টত ঘোষণা কৰা হৈছিল ৷ প্ৰতি বছৰ এই দিৱস 1974ৰ পৰা উদযাপন কৰা হৈ আহিছে ৷ 1987ৰ পৰা বিভিন্ন দেশক বিশ্ব পৰিৱেশ দিৱসৰ আতধৰেতা হিচাপে বাচনী কৰা হৈ আহিছে ৷ 

Ecologia.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.