ETV Bharat / international

ভূমিকম্পৰ পাচত জাপানৰ নতুন সংকট চুনামি ! - ভূইকঁপ

জাপান উত্তৰ-পশ্চিম উপকূলত 0.2ৰ পৰা 1 মিটাৰ পৰ্যন্ত ঢৌ উঠাৰ সম্ভাবনা আছে বুলি জানিবলৈ দিয়ে টকিঅ'ৰ বতৰ বিজ্ঞান প্ৰতিষ্ঠানে ৷ ভূইকঁপৰ ফলত কোনো হতাহত হোৱা খবৰ অহা নাই যদিও চুনামিৰ আশংকাত হাই এলাৰ্ট জাৰি কৰা হৈছে উপকূলীয় অঞ্চলটোত ৷

জাপানত চুনামি বাবে এলাৰ্ট জাৰি
author img

By

Published : Jun 19, 2019, 10:22 AM IST

টকিঅ, 19 জুন: মঙলবাৰে জাপানত অহা 6.8 প্ৰাবল্যৰ ভূইকঁপৰ পিছতেই প্ৰশাসনৰ দেশখনত চুনামিৰ বাবে হাই এলাৰ্ট ঘোষণা ৷ দেশখনৰ উত্তৰ-পশ্চিম উপকূলত 0.2ৰ পৰা 1 মিটাৰ পৰ্যন্ত ঢৌ উঠাৰ সম্ভাবনা আছে বুলি জানিবলৈ দিয়ে টকিঅ'ৰ বতৰ বিজ্ঞান প্ৰতিষ্ঠানে ৷ ভূইকঁপৰ ফলত কোনো হতাহত হোৱা খবৰ অহা নাই যদিও চুনামিৰ আশংকাত হাই এলাৰ্ট জাৰি কৰা হৈছে উপকূলীয় অঞ্চলটোত ৷

ETV BHARAT ASSAM
জাপানত চুনামি বাবে এলাৰ্ট জাৰি

লগতে পঢ়ক: প্ৰতিকূল বতৰে ব্যাহত কৰিছে উদ্ধাৰ অভিযান

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও 2011 চনত অহা 9.0 প্ৰাবল্যৰ ভূইকঁপত 130 নিজুত লোক ক্ষতিগ্ৰস্থ হৈছিল ৷ 15000 হেজাৰৰে অধিক লোকৰ মৃত্যু আৰু দুটা পাৰমানৱিক শক্তি প্ৰকল্প ধ্বংস হৈছিল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.